PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

11. তলৰ কোনটো বিদ্যালয় প্রধানৰ গুণাৱলীৰ ভিতৰুৱা নহয় ?


A. নেতৃত্বদানৰ ক্ষমতা


B. অনুশাসনপ্রিয়তা


C. পাণ্ডিত্য আৰু আত্মসংযমী


D. কেৱল সমাজ সেৱা


Answer :D


Solution :



12. ৰাষ্ট্রীয় শিক্ষানীতি ১৯৮৬ চনত তলৰ কোনখন বিদ্যালয়ত স্থাপন হৈছিল ?


A. আদর্শ জাতীয় বিদ্যালয়


B. নবোদয় বিদ্যালয়


C. বুনিয়াদী বিদ্যালয়


D. মহর্ষি বিদ্যালয়


Answer :B


Solution :



13. 'কর্মৰ মাজেৰে শিক্ষণ পদ্ধতি'ৰ জনক হৈছে -


A. ৰুছো


B. হার্বাট


C. এৰিষ্টটল


D. ওপৰৰ কোনো এটা নহয় ।


Answer :A


Solution :



14. শিক্ষা বিভাগৰ মুৰব্বীজনক শিক্ষাধিকাৰ বোলাৰ পৰামর্শ প্রথম দিয়া হৈছিল-


A. উদৰ ঘোষণাপত্রত


B. কোঠাৰী আয়োগৰ পৰামর্শত


C. হাণ্টাৰ আয়োগৰ প্রতিবেদনত


D. ভাৰতীয় শিক্ষা আয়োগৰ প্রতিবেদনত


Answer :A


Solution :



15. কাক শিক্ষা মনোবিজ্ঞানীকৰণৰ গুৰি ধৰোতা হিচাপে স্বীকৃতি দিয়া হয় ?


A. পেষ্টালজীক


B. ৰুছোক


C. মেগডুগলক


D. ৱাটচনক


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.