অর্থনীতি (Economics ) MCQ

1. তলত দিয়াবােৰৰ কোনটো অর্থবিজ্ঞানৰ বিষয়বস্তুৰ অন্তৰ্গত?


A. মানুহৰ সামাজিক কাম-কাজ


B. মানুহৰ নৈতিক কার্যকলাপ


C. মানুহৰ ৰাজনৈতিক কাম-কাজ


D. মানুহৰ অর্থনৈতিক কার্যকলাপ


Answer :D


Solution :



2. তলত দিয়া কোনটোৱে অর্থনৈতিক সমস্যাৰ সৃষ্টি নকৰে?


A. টকা-পইচা


B. ধান-চাউল


C. সূৰ্যৰ তাপ


D. গাড়ী, মটৰ


Answer :C


Solution :



3. তলৰ কোনজন অর্থনীতিবিদৰ মতে অর্থবিজ্ঞান নিৰপেক্ষ বিজ্ঞান?


A. মাছেল


B. ৰবিন্স


C. পিণ্ড


D. আদাম স্মিথ


Answer :B


Solution :



4. অর্থবিজ্ঞানত উৎপাদন বুলিলে তলৰ কোনটোক বুজায় ?


A. বস্তৰ উপযােগিতা বৃদ্ধি বা সৃষ্টি কৰা


B. বস্তুৰ উপযােগিতা ধ্বংস কৰা


C. বস্তুৰ উপযােগিতা হ্রাস কৰা


D. স্তুৰ পৰিমাণ বৃদ্ধি কৰা


Answer :A


Solution :



5. অর্থবিজ্ঞানত উপযােগিতা বুলিলে তলৰ কোনটোক বুজায়?


A. বস্তুৰ পৰিমাণ


B. বস্তুৰ সংখ্যাক


C. বস্তুৰ অভাৱ পূৰণ কৰি সন্তুষ্টি দিব পৰা ক্ষমতাক


D. বস্তুৰ আকৃতিক


Answer :C


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.