PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

166. শিশুসকলৰ জীৱন মূলতঃ পৰিচালিত হয়


A. প্ৰতিবৰ্তমূলক ক্ৰিয়াৰ দ্বাৰা


B. সহজাত প্ৰবৃত্তিৰ দ্বৰা


C. ইন্দ্ৰিয় অভিজ্ঞতাৰ দ্বাৰা


D. সঞ্চালনমূলক ক্ৰিয়াৰ দ্বাৰা


Answer :B


Solution :



167. শিশুক কিবা এটা কৰিবলৈ ক'লে, খাবলৈ ক’লে নোখোৱা, বয়স্কসকলৰ আদেশ অমান্য কৰা, অনুৰোধ উপেক্ষা কৰা স্বভাৱটোক কোৱা হয়


A. ঈৰ্ষা


B. প্রতিদ্বন্দ্বিতা


C. হিংসা


D. নাস্তিবাদ


Answer :D


Solution :



168. সাধাৰণতে শিশুসকল ঈৰ্ষা পৰায়ণ হৈ উঠে


A. ৩/৪ বছৰ বয়সত


B. ৫/৬ বছৰ বয়সত


C. ৯/১০ বছৰ বয়সত


D. ১১/১২ বছৰ বয়সত


Answer :A


Solution :



169. পিতৃ-মাতৃ বা পৰিয়ালৰ আন সদস্যতকৈও দলৰ প্রতি আকৰ্ষণ অধিক শক্তিশালী হয়


A. শৈশৱ কালত


B. কেঁচুৱা কালত


C. বাল্য কালত


D. কৈশোৰ কালত


Answer :C


Solution :



170. কৈশোৰ কালত ল’ৰাতকৈ ছোৱালীৰ জৈৱ-ৰাসায়নিক পৰিৱৰ্তন (Bio-Chemical Change)


A. লেহেমীয়া হয়


B. ক্ষীপ্ৰতৰ হয়


C. একে থাকে


D. সামান্য পৰিৱৰ্তন হয়


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.