PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

86. "আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা" - উক্তিটো আছিল


A. মেকডুগাল


B. ড্ৰেভাৰ


C. ক্ৰো আৰু ক্রোৰ


D. ষ্ট্ৰঙৰ


Answer :A


Solution :



87. আগ্ৰহ ঘনিষ্ঠ ভাবে জড়িত


A. প্ৰবৃত্তিৰ লগত


B. প্রয়োজন আৰু প্ৰেৰণাৰ লগত


C. অভিপ্রায়ৰ লগত


D. আটাইকেইটা শুদ্ধ।


Answer :D


Solution :



88. ব্যক্তিৰ আগ্ৰহ হ’ল


A. ক্ষণস্থায়ী


B. দীৰ্ঘস্থায়ী


C. A আৰু B দুয়োটাই শুদ্ধ


D. এটাও নহয়


Answer :C


Solution :



89. এগৰাকী মাতৃৰ নিজৰ সম্তানৰ প্রতি থকা আগ্ৰহক কোৱা হয়


A. সুপ্ত বা প্ৰকৃত আগ্ৰহ


B. আৰ্জিত আগ্ৰহ


C. স্থায়ী আগ্ৰহ


D. অস্থায়ী আগ্ৰহ


Answer :A


Solution :



90. এজন শিক্ষকৰ ছাত্ৰৰ প্ৰতি আগ্ৰহ, এজন চিকিৎসকৰ ৰোগীৰ প্রতি থকা আগ্ৰহ হ ল


A. প্রকৃত আগ্ৰহ


B. আৰ্জিত আগ্ৰহ


C. স্থায়ী আগ্ৰহ


D. অস্থায়ী আগ্ৰহ


Answer :D


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.