PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

56. 'সৰ্বপ্ৰাণবাদিতা' এটা প্ৰধান বৈশিষ্ট্য হ’ল


A. শৈশৱ কালৰ


B. বাল্য কালৰ


C. কৈশোৰ কালৰ


D. বয়ঃপ্ৰাপ্তিৰ


Answer :A


Solution :



57. এটা তিনিবছৰীয়া শিশুৱে শব্দ উচ্চাৰণ কৰিব পাৰে


A. প্রায় ২৭৩ টা


B. প্ৰায় ৩০০ টা


C. প্রায় ৪০০টা


D. প্রায় ৪৯৫ টা


Answer :A


Solution :



58. শিশুৱে ডাঙৰসকলক অধিক প্রশ্ন সুধি ব্যতিব্যস্ত কৰি তোলে


A. ক্ৰীড়া প্ৰৱণতাৰ বাবে


B. কৌতুহল প্ৰৱণতাৰ বাবে


C. কল্পনা প্ৰৱণতাৰ বাবে


D. অণুকৰণ প্রিয়তাৰ বাবে


Answer :B


Solution :



59. বাল্যকালৰ শিশু এটাৰ বয়স


A. জন্মৰ পৰা ৬ বছৰলৈ


B. ৭ ৰ পৰা ১২ বছৰলৈ


C. ১২ ৰ পৰা ১৮ বছৰলৈ


D. ১৮ ৰ পৰা ২৫ বছৰলৈ


Answer :B


Solution :



60. বাল্যকালৰ লগত জড়িত শিক্ষা ব্যৱস্থা হ’ল


A. প্ৰাক্‌-প্রাথমিক শিক্ষা


B. প্রাথমিক শিক্ষা


C. মাধ্যমিক শিক্ষা


D. উচ্চশিক্ষা


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.