PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

146. Personality শব্দটো আহিছিল


A. গ্ৰীক ভাষাৰ পৰা


B. ইংৰাজী ভাষাৰ পৰা


C. লেটিন ভাষাৰ পৰা


D. জাৰ্মান ভাষাৰ পৰা


Answer :C


Solution :



147. “ব্যক্তিৰ জন্মগত, স্বাভাৱিক আৰু অভিজ্ঞতাৰ দ্বাৰা আৰ্জিত প্রবৃত্তি, প্ৰেৰণা, হেঁপাহ, অনুভূতি, আশা, আকাঙ্খা, প্ৰৱণতা আদিৰ সমষ্টিয়েই ব্যক্তিত্ব" উক্তিটো আছিল


A. মৰ্টন প্ৰিন্সৰ


B. উদৱৰ্থৰ


C. ই.জি.বৰিঙৰ


D. অৱাৰেণৰ


Answer :A


Solution :



148. চুইজাৰলেণ্ডৰ মনোৰোগ বিশেষজ্ঞ কাৰ্ল য়ুঙে মানুহক ব্যক্তিত্বৰ ভিত্তিত ভাগ কৰিছিল


A. বহিৰ্মুখী আৰু অন্তৰ্মুখী


B. তাত্বিক আৰু ধাৰ্মিক


C. সক্ৰিয় আৰু তেজস্বী


D. এটাও নহয়


Answer :A


Solution :



149. মানুহৰ দেহৰ গঠন আৰু প্রকৃতিৰ ওপৰত ভিত্তি কৰি মানুহৰ চাৰিত্ৰিক বৈশিষ্টৰ বৰ্ণনা দিছিল


A. ফ্ৰয়েডে


B. থাৰ্ছটোন


C. কাৰ্ল যুঙে


D. ক্ৰেটছমাৰে


Answer :D


Solution :



150. ব্যক্তিত্বৰ দিশত হিপ্লক্ৰেটছে মানুহৰ ভাগ কৰি দেখুৱাইছিল


A. দুটা ভাগত


B. তিনিটা ভাগত


C. চাৰিটা ভাগত


D. পাঁচটা ভাগত


Answer :C


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.