PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

46. বিকাশ আৰু উন্নয়ণ কোনটো কাৰকৰ ওপৰত নির্ভৰশীল ?


A. পৰিবেশ


B. বংশগতি


C. ব্যক্তি


D. ওপৰৰ সকলো


Answer :D


Solution :



47. বিকাশ হ’ল


A. সাময়িক প্রত্ৰিয়া


B. নিয়মিয়া প্রক্রিয়া


C. জীৱনযোৰা প্রক্ৰিয়া


D. ধৰাবন্ধা প্ৰক্ৰিয়া


Answer :C


Solution :



48. মানৱ জীৱনৰ বিকাশক


A. পৰিমাপ কৰিব নোৱাৰি


B. পৰিমাপ কৰিব পাৰি


C. A, B দুয়োটাই সত্য


D. এটাও নহয়।


Answer :A


Solution :



49. "বিকাশ হ’ল পৈনতা অৱস্থা আৰু অভিজ্ঞতাৰ কাৰ্য্য হিচাপে লাভ কৰা বৃদ্ধি আৰু ক্ষমতা শক্তিৰ সময়ৰ লগে লগে হোৱা পৰিবৰ্তনৰ এক প্রক্ৰিয়৷" - উক্তিটো আছিল


A. ই,বি,হাৰ্ভলকৰ


B. ৰবাৰ্ট এম, লিবাৰ্টৰ


C. টাইলাৰৰ


D. ষ্টেনলি হলৰ


Answer :B


Solution :



50. মনোবিজ্ঞানীসকলে বিকাশৰ স্তৰসমূহ নিৰ্দ্ধাৰণ কৰিছিল


A. পৰিপক্কতাৰ ভিত্তিত


B. বিকাশৰ ভিত্তিত


C. বৃদ্ধিৰ ভিত্তিত


D. বয়সৰ ভিত্তিত


Answer :D


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.