PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

51. মানৱ শিশুৰ বিকাশৰ ক্ষেত্ৰত দুটা শক্তিশালী উপাদান হ’ল


A. বংশগতি আৰু সমাজ


B. বংশগতি আৰু পৰিবেশ


C. পৰিবেশ আৰু পৰিয়াল


D. পৰিবেশ আৰু বিদ্যালয়


Answer :B


Solution :



52. শিশুৰ বিকাশৰ ক্ষেত্ৰত ব্যক্তিগত বৈষম্যৰ


A. প্রভাৱ আছে


B. প্ৰভাৱ নাই


C. আংশিক আছে


D. মুঠেই নাই


Answer :A


Solution :



53. এটা অনুপযুক্ত পৰিবেশত শিশুৰ সম্পূৰ্ণ বিকাশ


A. সম্ভৱ


B. অসম্ভৱ


C. উৎসাহজনক


D. আশাক্ষীণ


Answer :B


Solution :



54. জন্মৰ সময়ত এটা শিশুৰ শৰীৰৰ দেৰ্ঘ্য হয়


A. প্রায় ১৫ ইঞ্চি


B. প্ৰায় ২০ ইঞ্চি


C. প্ৰায় ২৫ ইঞ্চি


D. প্রায় ৩০ ইঞ্চি


Answer :B


Solution :



55. শিশুৰ খং প্ৰচন্দতাৰ বয়স বুলি কোৱা হয়


A. ২ ৰ পৰা ২½ বছৰলৈ


B. ২½ ৰ পৰা ৩ বছৰলৈ


C. ৩ ৰ পৰা ৩½ বছৰলৈ


D. ৩½ ৰ পৰা ৪ বছৰলৈ


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.