PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

151. ফৰাচী দাৰ্শনিক ৰুছোৰ মতে মানুহৰ বিকাশৰ স্তৰ হ’ল


A. তিনিটা


B. চাৰিটা


C. পাঁচটা


D. ছয়টা


Answer :B


Solution :



152. আৰ্নেষ্ট জোনচৰ মানুহৰ ওপৰত কৰা বিকাশৰ শ্ৰেণী বিভাজন মতে শেহতীয়া বাল্যকাল হ’ল


A. জন্মৰ পৰা ৫ বছৰলৈ


B. ৫ ৰ পৰা ১২ বছৰলৈ


C. ১২ ৰ পৰা ১৪ বছৰলৈ


D. ১৪ ৰ পৰা ১৮ বছৰলৈ


Answer :B


Solution :



153. মনোবিদ ৰাইবাৰ্ণৰ মতে মানুহৰ মুঠ বিকাশৰ স্তৰ হ’ল


A. তিনিটা


B. চাৰিটা


C. পাঁচটা


D. ছয়টা


Answer :D


Solution :



154. মনোবিদ ৰাইবাৰ্ণৰ বিকাশৰ শ্ৰেণী বিভাজন মতে জন্মৰ পৰা ২½ বা ৩ বছৰলৈ সময়খিনিক কোৱা হয়


A. নৱজাতক কাল


B. বাল্যকাল


C. শৈশৱ কাল


D. আগতীয়া বাল্যকাল


Answer :C


Solution :



155. মনোবিদ ৰেমণ্ট (Roymont) ৰ মতে মানুহৰ বিকাশৰ স্তৰ হ’ল


A. তিনিটা


B. চাৰিটা


C. পাঁচটা


D. ছয়টা


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.