PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

201. উদৰ প্ৰধান, কায়প্ৰধান আৰু মস্তিষ্কপ্ৰধান নামৰ তিনি শ্ৰেণীৰ ব্যক্তিত্বৰ বৰ্ণনা আগবঢ়াইছিল


A. ক্ৰেটচ্‌মাৰে


B. ছেলডনে


C. কাৰ্ল যুঙে


D. হিপ'ক্ৰেটিছে


Answer :B


Solution :



202. সুস্থ, সবল, দৃঢ় আৰু শক্তিশালী দৈহিক গঠন প্ৰধান বৈশিষ্ট্য


A. উদৰ প্ৰধান সকলৰ


B. মক্তিষ্ক প্ৰধান সকলৰ


C. কায় প্ৰধান সকলৰ


D. ওপৰৰ আটাইকেইটা শুদ্ধ


Answer :C


Solution :



203. শৰীৰৰ মাজ অংশৰ পেট আৰু কঁকাল অধিক স্ফীত আৰু সমাজপ্ৰিয়, ভোজনপ্ৰিয়, নিদ্ৰাপ্ৰিয়, আৰামপ্ৰিয় ব্যক্তিসকল হ'ল


A. উদৰ প্রধান


B. কায় প্ৰধান


C. মস্তিষ্ক প্ৰধান


D. বিকৃত কায়


Answer :A


Solution :



204. দৈহিকভাবে ক্ষীণ, দীঘল, মেদহীন, দুৰ্বল আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ গৰাকীসকল হ’ল


A. উদৰ প্ৰধান


B. কায় প্রধান


C. মস্তিষ্ক প্ৰধান


D. সৌন্দৰ্য প্ৰধান


Answer :C


Solution :



205. ব্যক্তিৰ সামাজিক গুণ আৰু বিশেষত্ব অনুযায়ী স্প্ৰেংগাৰ(Sprengers) নামৰ মনোবিজ্ঞানীজনে ব্যক্তিত্বক ভাগ কৰিছিল


A. তিনিটা ভাগত


B. চাৰিটা ভাগত


C. পাঁচটা ভাগত


D. ছটা ভাগত


Answer :D


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.