PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

21. দুজন ছাত্রৰ মাজত কাজিয়া লাগিলে শিক্ষকৰ মুখ্য ভুমিকা হব-


A. নৈতিকতাৰ শিক্ষা দিয়া


B. আৰক্ষী থানাত খবৰ দিয়া


C. কাজিয়াৰ কাৰণ জানি তাক সমাধান কৰিবলৈ চেষ্টা কৰা


D. দোষী ছাত্রক শাস্তি দিয়া


Answer :C


Solution :



22. স্কুলত পৰিৱেশ ভাল কৰিবলৈ কি কৰা উচিত-


A. স্কুল , খেলপথাৰ সজাই তোলা


B. নিয়মানুৱর্তিতা বজাই ৰখা


C. অভিভাবকসকলৰ সৈতে পৰামর্শ কৰা


D. সকলো শিক্ষকৰ সৈতে পৰামর্শ লোৱা


Answer :B


Solution :



23. 'অপসমযোজন' হৈছে-


A. ব্যক্তিত্বৰ বিসংগতি


B. ব্যক্তিত্বৰ বিকাশ


C. ব্যক্তিত্বৰ পৰিৱর্তন


D. ব্যক্তিত্বৰ উন্নীতকৰণ


Answer :A


Solution :



24. মুক্ত বিদ্যালয় সঙ্গীন স্বায়ত্বশাসন সংগঠন হিচাপে স্বীকৃত হয়-


A. ১৯৮৯ চনত


B. ১৯৬৫ চনত


C. ১৯৯৪ চনত


D. ১৯৭৪ চনত


Answer :


Solution :



25. মাধ্যমিক শিক্ষা আয়োগৰ প্রথমগৰাকী সভাপতি আছিল -


A. লক্ষ্মণস্বামী মুডালিয়াৰ


B. বল্লভ ভাই পেটেল


C. এ এন বসু


D. মৌলানা আবুল কালাম আজাদ


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.