PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

26. ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় গঠিত হয়-


A. ১৯৮৫ চনৰ ২০ ছেপ্তেম্বৰত


B. ১৯৮৫ চনৰ ১০ ছেপ্তেম্বৰত


C. ১৯৬৭ চনৰ ২০ ছেপ্তেম্বৰত


D. ১৯৬৭ চনৰ ১০ ছেপ্তেম্বৰত


Answer :A


Solution :



27. এটা বয়সত নৈতিক আৰু আদর্শগত হোৱাটো কঠিন-


A. ইয়াৰ বাবে কঠোৰ শ্রমৰ আৱশ্যক


B. সাম্প্রতিক সামাজিক পৰিবেশত ই সম্ভব নহয়


C. প্রত্যেক খোজতে সমস্যাৰ আহে


D. নৈতিকতা আৰু আদর্শ কেৱল কিতাপৰ কথা


Answer :C


Solution :



28. স্কুলত কটকটীয়া অনুশাসন থকা উচিত-


A. স্কুলত সহশিক্ষা পদ্ধতি থাকে


B. অনুশাসনে ছাত্র-ছাত্রীক সুনাগৰিক কৰি তোলে


C. অনুশাসনত শিশুৱে ভালদৰে পঢ়িব পাৰে


D. অনুশাসন মানি চলা শিশুৱে হুলস্থুল নকৰে


Answer :B


Solution :



29. শিশুৰ সমস্যাৰ উপাদান হ'ল-


A. খোৱাৰ সমস্যা


B. লিখিব জনা


C. বেমাৰ নোহোৱা


D. ওপৰৰ এটাও নহয়


Answer :A


Solution :



30. পৰমসংহ প্রক্রিয়া হ'ল-


A. মনৰ নৈতিক আৰু ন্যায়িক আদর্শ


B. মনৰ ইচ্ছা শক্তি


C. মনৰ অনুভব


D. মনৰ বিভুতি


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.