PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

136. বিমেৰ বুদ্ধি পৰীক্ষাৰ তৃতীয় সংস্কৰণ প্রকাশ হৈছিল


A. ১৯০৮ চনত


B. ১৯১১ চনত


C. ১৯১৩ চনত


D. ১৯১৫ চনত


Answer :B


Solution :



137. বুদ্ধিৰ একক বা ৰাজতন্ত্রবাদী তত্ত্বৰ প্ৰধান সমৰ্থনকাৰী আছিল


A. ড° জনচন


B. ছিৰিল বাৰ্ট


C. ৱাটচন


D. থৰ্নডাইক


Answer :A


Solution :



138. বুদ্ধিৰ দ্বি-কাৰক বা সাৰগ্ৰাহী তত্বৰ উদ্ভাৱক আছিল


A. চাৰ্লচ স্পিয়েৰমেন


B. টাৰমান


C. ৱেছলাৰ


D. কলভিন


Answer :A


Solution :



139. সমূহ কাৰক বা অল্পসংখ্যক ৰাজতন্ত্ৰবাদী তত্বৰ আৱিস্কাৰক আছিল


A. ৱেছলাৰ


B. কলভিন


C. থাৰ্ছটোন


D. টাৰমান


Answer :C


Solution :



140. ১৯১৬ চনত বিনে চাইমন কাঠীৰ এক নতুন সংস্কৰণ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ মনোবিদ


A. টাৰমানে উদ্ভাৱন কৰিছিল


B. চাইমনে উদ্ভাৱন কৰিছিল


C. ৱাটচনে উদ্ভাৱন কৰিছিল


D. ছিৰিল বাৰ্টে উদ্ভাৱন কৰিছিল


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.