PEDAGOGY (শিক্ষণ বিজ্ঞান) MCQ

71. যৌৱন কালৰ চাহিদা নহয়


A. যৌন চাহিদা


B. নিৰাপত্তাৰ চাহিদা


C. সামাজিক স্বীকৃতিৰ চাহিদা


D. আবেগৰ চাহিদা


Answer :D


Solution :



72. কৈশোৰৰ সময়ছোৱাক খলাবমা, ডকা-চাকনৈয়াৰে ভৰা এছোৱা জটিল আৰু কষ্টকৰ সময় বুলি অভিহিত কৰিছিল


A. ষ্টেনলী হল


B. আৰ্ণেষ্ট জোনচ


C. মেকাইভাৰ


D. জন লক


Answer :A


Solution :



73. অপৰাধ প্ৰৱণতা এটা ডাঙৰ সমস্যা


A. শৈশৱ কালৰ


B. বাল্যকালৰ


C. কৈশোৰ কালৰ


D. বৃদ্ধাৱস্থাৰ


Answer :C


Solution :



74. মিছা কথা কোৱা, মাৰপিট কৰা, চুৰি কৰা, আনক জোকোৱা, নিচাজতীয় দ্রব্য গ্ৰহণ কৰা আদি কামবোৰ কৈশোৰকালত কিছুমান ল'ৰা-ছোৱালীয়ে কৰে মূলতঃ


A. মানসিক শক্তিৰ পৰিবৰ্তনৰ বাবে


B. আবেগিক সমস্যাৰ বাবে


C. যৌন সমস্যাৰ বাবে


D. অপৰাধ প্ৰৱণতাৰ বাবে


Answer :D


Solution :



75. কৈশোৰ কালত ল’ৰা-ছোৱালীক প্ৰদান কৰা শিক্ষা হ'ল


A. প্ৰাথমিক শিক্ষা


B. মাধ্যমিক শিক্ষা


C. উচ্চ শিক্ষা


D. বিশ্ববিদ্যালয় শিক্ষা


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.