অসমীয়া সাধাৰণ জ্ঞান MCQ

26. বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি?


A. পদুম কুঁৱৰী


B. মিৰি জীয়ৰী


C. দন্দুৱা দ্ৰোহ


D. লাহৰী


Answer :A


Solution :



27. বেজবৰুৱা কোন সাহিত্য সভাৰ অধিবেশনৰ সভাপতি হয়?


A. ধুবুৰী অমিবেশনৰ


B. তেজপুৰ অধিবেশনৰ


C. গুৱাহাটী অধিবেশনৰ


D. দুধনৈ অধিবেশনৰ


Answer :C


Solution :



28. বেজবৰুৱাৰ তত্বমূলক গ্ৰন্থখনৰ নাম কি?


A. কদম কলি


B. সুৰভি


C. তত্ত্বকথা


D. বৰবৰুৱাৰ ওভতনি


Answer :C


Solution :



29. তলৰ মন্তব্যবোৰৰ কোনটো সঁচা?


A. জোনাকী কাকতে অসমীয়া কাব্য ইতিহাসৰ নৱ-ৰূপাস্তৰ আনে।


B. বেজবৰুৱাই প্ৰথমতে সুখাস্তক নাটক ‘চক্ৰধ্বজ সিংহ’ ৰচনা কৰে।


C. জোনাকীৰ এজন ৰূপকাৰ আছিল কমলাকান্ত ভট্টাচাৰ্য


D. ৰসৰাজ উপাধিৰে পৰিচিত লিখকজন হ’ল হেমচন্দ্ৰ বৰুৱা


Answer :A


Solution :



30. ড° নিৰ্মলপ্ৰভা বৰদলৈ ৰচা এখন গ্ৰন্থৰ নাম


A. বন ফৰিঙৰ ৰঙ


B. হে অৰণ্য হে মহানগৰ


C. ধৃতৰাষ্ট্ৰ


D. পাপৰি


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.