অসমীয়া সাধাৰণ জ্ঞান MCQ

81. 'জাৰৰ দিনৰ সপোন' শীৰ্ষক কবিতাটিৰ ৰচক হ’ল


A. হেমবৰুৱা


B. নৱকান্ত বৰুৱা


C. নিৰ্মলপ্ৰভা বৰদলৈ


D. হীৰেন ভট্টাচাৰ্য


Answer :A


Solution :



82. তলৰ কোনগৰাকী কবি এগৰাকী কৃতী সাংসদ আছিল?


A. নিৰ্মলপ্ৰভা বৰদলৈ


B. হেম বৰুৱা


C. পদ্মনাথ গোহাঞি বৰুৱা


D. চন্দ্ৰকুমাৰ আগৰৱালা


Answer :B


Solution :



83. হেম বৰুৱাই সম্পাদনা কৰা কাকত দুখন হ'ল


A. পছোৱা আৰু জয়ন্তী


B. আবাহন আৰু ৰামধেনু


C. পছোৱা আৰু আসাম এক্সপ্ৰেছ


D. জয়ন্তী আৰু আসাম এক্সপ্ৰেছ


Answer :C


Solution :



84. হেম বৰুৱাই সভাপতিত্ব কৰিছিল অসম সাহিত্য সভাৰ অধিবেশনত


A. বৰপেটা অধিবেশনত


B. ধুবুৰী অধিবেশনত


C. গুবাহাটী অধিবেশনত


D. নগাঁও অধিবেশনত


Answer :B


Solution :



85. 'কন্নকী' গ্ৰন্থৰ অনুবাদক হল


A. হেম বৰুৱা


B. নৱকান্ত বৰুৱা


C. হেমচন্দ্ৰ বৰুৱা


D. দেৱকান্ত বৰুৱা


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.