অসমীয়া সাধাৰণ জ্ঞান MCQ

136. তলৰ কোনখন তত্ত্বমূলক গ্রস্থ মাধৱদেৱ অনুদিত?


A. ভক্তিপ্ৰদীপ


B. ভক্তিমঙ্গল


C. ভক্তিবিবেক


D. ভক্তি ৰত্নাৱলী


Answer :D


Solution :



137. মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বস্ব বুলি কোৱা হয়


A. বাৎসল্য প্ৰেম


B. দাস্য প্ৰেম


C. শৃঙ্গাৰ প্ৰেম


D. সখ্যভাৱ


Answer :A


Solution :



138. চৰিত পুথিমতে মাধৱদেৱ ৰচিত কি কবিতা পঢ়ি শংকৰদেৱ অভিভূত হৈছিল? লৈয়া যায়


A. তেজৰে কমলাপতি


B. জয় গুৰু শংকৰ


C. পৰভাতে শ্যামকানু


D. ধেনু লৈয়া যায়


Answer :B


Solution :



139. কোচ ৰাজ্যৰ কোন ৰজাৰ অনুপ্ৰেৰণাত মাধৱদেৱে ধৰ্মপ্ৰচাৰ কৰিছিল?


A. নৰনাৰায়ণ


B. লক্ষ্মী নাৰায়ণ


C. ৰঘুদেৱ নাৰায়ণ


D. প্ৰতাপ নাৰায়ণ


Answer :B


Solution :



140. কাৰ উৎসাহত মাধৱদেৱে ‘ৰাজসূয় কাব্য’ ৰচনা কৰিছিল?


A. লক্ষ্মী নাৰায়ণৰ


B. শুক্লধ্বজৰ


C. নৰনাৰায়ণৰ


D. ৰঘুদেৱ নাৰায়ণৰ


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.