অসমীয়া সাধাৰণ জ্ঞান MCQ

101. তলৰ কোনখন গ্ৰন্থ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনা?


A. চন্দ্ৰ


B. ইন্দ্ৰ


C. কৃষ্ণ


D. সূৰ্য


Answer :D


Solution :



102. ড° নিৰ্মলপ্ৰভা বৰদলৈৰ সাহিত্য অʼকাডেমী বঁটা লাভ কৰা গ্ৰন্থখন হৈছে


A. বন ফৰিঙৰ ৰং


B. দিনৰ পাছত দিন


C. দেৱী


D. সূদীৰ্ঘ দিন আৰু ঋতু


Answer :D


Solution :



103. নিৰ্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল?


A. গুৱাহাটী অধিৱেশনত


B. বৰপেটা অধিৱেশনত


C. দুধনৈ অধিবেশনত


D. মৰিগাঁও অধিৱেশনত


Answer :C


Solution :



104. তলত উল্লেখিত গ্ৰন্থসমূহৰ কোনখন ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনা?


A. অসমৰ সংস্কৃতি


B. লোক সংস্কৃতিৰ আভাস


C. সংস্কৃতি আৰু লোকসংস্কৃতি


D. অসমৰ লোকসংস্কৃতি


Answer :D


Solution :



105. মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছিল


A. ১৪৫৯ চনত


B. ১৪৪৯ চনত


C. ১৪৬৯ চনত


D. ১৪৩৯ চনত


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.