অসমীয়া সাধাৰণ জ্ঞান MCQ

156. তলৰ কোনখন আলোচনী লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত?


A. চেতনা


B. আৱাহন


C. ঊষা


D. বাঁহী


Answer :D


Solution :



157. তলৰ কোনখন পুথি বেজবৰুৱাই ৰচনা কৰা সৰু ধেমেলীয়া নাট ?


A. গদাধৰ


B. জয়মতী


C. শিশুপাল বধ


D. চত্ৰধ্বজসিংহ


Answer :A


Solution :



158. 'জোনাকী' কাকত উলিওৱাৰ ক্ষেত্ৰত তলৰ কোনজন ব্যক্তিয়ে বেজবৰুৱাৰ সৈতে সহযোগ কৰিছিল?


A. প্রসন্নলাল চৌধুৰী


B. চন্দ্ৰকুমাৰ আগৰৱালা


C. কমলাকান্ত ভট্টাচাৰ্য


D. আনন্দৰাম ঢেকিয়াল ফুকন


Answer :B


Solution :



159. তলৰ কোনটো কবিতা লক্ষ্মীনাথ বেজবৰুৱা ৰচিত?


A. প্ৰিয়তমাৰ চিঠি


B. কাকূতি


C. প্ৰিয়তমাৰ সৌন্দৰ্য


D. দেৱকন্যা


Answer :C


Solution :



160. তলৰ কোনখন বুৰঞ্জীপুথি লক্ষ্মীনাথ বেজবৰুৱা প্রণীত?


A. অসম দেশৰ বুৰঞ্জী


B. ভাৰতবৰ্ষৰ বুৰঞ্জী


C. ইংলেগুৰ বুৰঞ্জী


D. পাশ্চাত্য দেশৰ বুৰজী


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.