অসমীয়া সাধাৰণ জ্ঞান MCQ

96. ড° ভবেন্দ্ৰ নাথ শইকীয়াই ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা চলচিত্ৰখন হ’ল


A. অন্তৰীপ


B. তৰংগ


C. ইতিহাস


D. সন্ধ্যাৰাগ


Answer :D


Solution :



97. তলৰ কোনগৰাকী সাহিত্যকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল?


A. ড° নিৰ্মলপ্ৰভা বৰদলৈ


B. হেম বৰুৱা


C. ড° ভবেন্দ্ৰ নাথ শইকীয়া


D. ড° লক্ষ্মীনন্দন বৰা


Answer :C


Solution :



98. ড° ভবেন্দ্ৰ নাথ শইকীয়াই সম্পাদনা কৰা আলোচনীখন হ’ল


A. গৰীয়সী


B. প্ৰকাশ


C. প্ৰান্তিক


D. সূত্ৰধাৰ


Answer :C


Solution :



99. ড° নিৰ্মলপ্রভা বৰদলৈৰ প্ৰথম কবিতাপুথি হৈছে


A. দিনৰ পিছত দিন


B. অন্তৰঙ্গ


C. সমীপেষু


D. বন ফৰিঙৰ ৰং


Answer :D


Solution :



100. ড° নিৰ্মলপ্রভা বৰদলৈৰ দুখন গীতৰ পুথি হৈছে


A. সোণবৰণীয়া আই, বন ফৰিঙৰ ৰং


B. সোণবৰণীয়া আই, সুৰীয়া মাত


C. সমীপেষু, সোণবৰণীয়া আই


D. বন ফৰিঙৰ ৰং, সুৰীয়া মাত


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.