অর্থনীতি (Economics ) MCQ

161. তলৰ কোনটো উওম বাজেটৰ বৈশিষ্ট্য নহয়


A. সর্বগ্রহণযােগ্যতা


B. পূণাংগ ব্যৱস্থা


C. বিস্তৃত ক্ষেত্র


D. একক ব্যৱস্থা


Answer :A


Solution :



162. ভাৰসাম্যহীন বাজেট মানে হল


A. ঘাটি বাজেট


B. ৰাহি বাজেট


C. আৰু খ দুয়ােটা


D. ওপৰৰ এটাও নহয়


Answer :C


Solution :



163. মন্দাৱস্থাৰ সময়ত দেশৰ অর্থনীতিক উদ্ধাৰ কৰাৰ প্রধান উপায় হল


A. প্রত্যক্ষ কৰ


B. ঘাটি বাজেট


C. ভাৰসাম্য বাজেট


D. ওপৰৰ এটাও নহয়


Answer :B


Solution :



164. তলৰ কোনটো ব্যয় বাজেটৰ অনা-আৱন্টিত শিতানত অন্তর্ভুক্ত


A. চৰকাৰী পেঞ্চনৰ ব্যয়


B. সুদ প্রদান


C. খাদ্য সামগ্ৰীৰ অনুদান


D. ওপৰৰ আটাইকেইটা


Answer :D


Solution :



165. বাজেটৰ ক্রিয়াগত শ্রেণীবিভাজন তলৰ কোনটো ক্ষেত্ৰত প্রযােজ্য


A. ব্যয়ৰ ক্ষেত্ৰত


B. ৰাজহৰ ক্ষেত্ৰত


C. ব্যয় আৰু ৰাজহ দুয়ােটা ক্ষেত্ৰত


D. ওপৰৰ এটাও নহয়


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.