অর্থনীতি (Economics ) MCQ

121. তলৰ কোনটো শুদ্ধ


A. পদার্থ সম্পদ আৰু মানৱ সম্পদ দুয়ােটাই অর্থ উপার্জনৰ উপায়


B. পদার্থ সম্পদ আৰু মানৱ সম্পদ দুয়ােটাক চুই চাব পাৰি


C. পদার্থ আৰু মানৱ সম্পদ দুয়ােটাই উৎপাদক আৰু উৎপাদনৰ উপাদান


D. পদার্থ আৰু মানৱ সম্পদ দুয়ােটাৰে কালৰ গতিত অৱক্ষয় হয়


Answer :B


Solution :



122. তলৰ কোনটো সংস্থা শিক্ষাখণ্ডৰ লগত জড়িত নহয়


A. NCERT


B. UGC


C. AICTE


D. ICMR


Answer :D


Solution :



123. ভাৰতবৰ্ষত কেতিয়া চৈধ্য বছৰৰ তলৰ সকলাে শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাক মৌলিক অধিকাৰ হিচাপে ঘােষণা কৰা হয় ?


A. ২০০২ চনত


B. ২০০৫ চনত


C. ২০১০ চনত


D. ২০১১ চনত


Answer :A


Solution :



124. 2011 চনৰ লােকপিয়লমতে ভাৰতৰ জনসংখ্যা আছিল


A. 121.07 কোটি


B. 123.05 কোটি


C. 127.01 কোটি


D. 122.56 কোটি


Answer :A


Solution :



125. মানৱ সম্পদ উন্নয়নৰ বাবে আটাইতকৈ গুৰুত্ব দিয়া হৈছে


A. স্বাস্থ্য সেৱাত


B. কর্মক্ষেত্ৰত প্রশিক্ষণ


C. শিক্ষাত


D. ওপৰৰ এটাও নহয়


Answer :C


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.