অর্থনীতি (Economics ) MCQ

111. ১৯৯১-২০০১ চনৰ ভিতৰত ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ হাৰ হ’ল


A. ১.২২


B. ১.৯৩


C. ২.১১


D. ২.১৫


Answer :B


Solution :



112. তলৰ কোনটো জনসংখ্যাধিক্য দেশৰ বৈশিষ্ট্য নহয়


A. প্রাকৃতিক দুর্যোগ


B. দৰিদ্ৰতাৰ দুষ্ট চক্র


C. সার্বজনীন বিবাহ


D. খাদ্যৰ নাটনি


Answer :A


Solution :



113. তলৰ কোনটো ভাৰতবৰ্ষৰ পৰিয়াল কল্যাণ আঁচনিৰ উপায় নহয়


A. বন্ধ্যাকৰণ


B. IUD ৰ ব্যৱহাৰ


C. জন্মনিৰােধক ব্যৱস্থাৱলীৰ ব্যৱহাৰ


D. শিশু মৃত্যুৰ হাৰ বৃদ্ধিকৰণ


Answer :D


Solution :



114. মানৱ মূলধনৰ উৎস হল


A. শিক্ষা


B. স্বাস্থ্য


C. বিনিয়ােগ


D. ওপৰৰ আটাইকেইটা


Answer :D


Solution :



115. জনসংখ্যাৰ দ্রুত বৃদ্ধিয়ে, আশ্রিত (dependents) ৰ সংখ্যা


A. হ্রাস কৰে


B. বৃদ্ধি কৰে


C. স্থিৰে ৰাখে


D. ওপৰৰ এটাও নহয়


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.