অর্থনীতি (Economics ) MCQ

56. তলৰ কোনটো বিষয়ৰ ওপৰত খুচুৰা বজাৰৰ বিক্রেতাই গুৰুত্ব প্রদান নকৰে?


A. বজাৰৰ ক্ৰেতাৰ সংখ্যা


B. বজাৰৰ অৱস্থান (Location)


C. বজাৰৰ সুনাম


D. বজাৰত থকা মধ্যস্থতাকাৰীৰ সংখ্যা


Answer :D


Solution :



57. তলৰ কোনটো দ্ৰব্যৰ বিনিময় প্রথাৰ অসুবিধাৰ অন্তৰ্গত নহয় ?


A. অভাৱৰ সামঞ্জস্যহীনতা


B. বস্তুৰ অবিভাজ্যতা


C. সঞ্চয়ৰ অসুবিধা


D. বস্তু ভােগ কৰাৰ অসুবিধা


Answer :D


Solution :



58. তলৰ কোনটোক মুদ্ৰাৰ বৈশিষ্ট্যৰ অন্তর্ভুক্ত বুলিব নােৱাৰি?


A. সাধাৰণ গ্রহণযােগ্যতা


B. সমগুণ বিশিষ্টতা


C. বিভাজ্যতা


D. মূল্যৰ অস্থিৰতা


Answer :D


Solution :



59. মুদ্ৰাৰ কার্য হিচাপে তলৰ কোনটোক গণ্য কৰিব নােৱাৰি?


A. মূল্যৰ জোখ


B. বিনিময়ৰ মাধ্যম


C. মূল্যৰ হৰণ-ভগন


D. স্থগিত দেনা-পাওনাৰ মান


Answer :C


Solution :



60. প্রকৃত মুদ্রা বুলিলে তলৰ কোনটোক বুজায় ?


A. দেশ এখনৰ প্রচলিত মুদ্রা


B. দেশৰ মানুহৰ হাতত থকা মুদ্রা


C. দেশৰ বেংকসমূহত জমা থকা মুদ্রা


D. মানুহে সঞ্চয় হিচাপে ৰখা মুদ্রা


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.