অর্থনীতি (Economics ) MCQ

51. পাইকাৰী বজাৰত বিক্রেতাই বজাৰৰ কোনটো বিষয়ৰ ওপৰত গুৰুত্ব নািদমে


A. বজাৰৰ আকাৰ


B. বজাৰৰ ক্ৰেতাৰ সংখ্যা


C. বজাৰৰ অৱস্থান (Location)


D. বজাৰৰ দ্ৰব্যৰ গুণ


Answer :C


Solution :



52. খুচুৰা বজাৰ বুলিলে তলৰ কোনটোক বুজায় ?


A. বস্তুৰ দাম তুলনামূলক ভাবে কম


B. বস্তুৰ দাস তুলনামূলক ভাবে বােধ


C. বস্তুৰ দাম বহুত বেছি


D. বস্তুৰ দাম বহুত কম


Answer :B


Solution :



53. খুচুৰা বজাৰৰ বিক্রেতাই বিক্ৰীৰ পৰিমাণ বৃদ্ধিৰ বাবে কোনবিধ ব্যয়ত গুৰুত্ব দিয়ে?


A. পৰিবহণ ব্যয়


B. বিজ্ঞাপন ব্যয়


C. হৰণ-ভগনৰ ব্যয়


D. প্রান্তিক ব্যয়


Answer :B


Solution :



54. খুচুৰা বজাৰত বস্তুবােৰ বিশেষকৈ কাৰ ওচৰত বিক্ৰী কৰা হয় ?


A. ব্যৱসায় প্রতিষ্ঠান


B. মধ্যস্থতাকাৰী লােক


C. সর্বশেষ উপভােক্তা


D. ডাঙৰ ব্যৱসায়ী


Answer :C


Solution :



55. তলৰ কোনটো খুচুৰা বজাৰৰ ক্ষেত্ৰত প্রযােজ্য হয়?


A. কম পৰিমাণত বস্তু বিক্রী


B. বৃহৎ পৰিমাণত বস্তু বিক্রী


C. অতি ক্ষুদ্র পৰিমাণত বস্তু বিক্ৰী


D. মজলীয়া পৰিমাণত বস্তু বিক্ৰী


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.