ভাৰতীয় ইতিহাস (Indian History) MCQ

41. হৰপ্পাত পােন প্রথমে সভ্যতাৰ নিদর্শন আৱিষ্কাৰ কৰে


A. চার্লছ লেচন


B. ৰাখালদাস বন্দ্যোপাধ্যায়


C. ছাৰ জন মাৰ্ছল


D. ৰমিলা থাপাৰ


Answer :A


Solution :



42. সিন্ধু উপত্যকা সভ্যতা সম্পর্কে তলৰ কোনটো মন্তব্য সত্য নহয়?


A. ই সভ্যতা খ্রীষ্টপূর্ব ৩২০০-১৭০০ বছৰ ব্যাপী আছিল


B. মানুহ বোৰ পোৰা ইটাৰ ঘৰ বনাইছিল


C. মানুহবােৰে কপাহ আৰু উণৰ ব্যৱহাৰ জানিছিল


D. তেওঁলােকে পােহনীয়া ঘোঁৰা ব্যৱহাৰ কৰিছিল


Answer :D


Solution :



43. সিন্ধু উপত্যকা সভ্যতাত কি ধর্ম প্রচলিত আছিল?


A. পশু-পক্ষী আৰু নৰবলি পূজা


B. শিৱপূজা, মূর্তি পূজা আৰু প্রকৃতিপূজা


C. যজ্ঞ


D. বৈষ্ণৱ ধৰ্ম


Answer :B


Solution :



44. সিন্ধু উপত্যকা সভ্যতাৰ তলৰ কোনষাৰ উক্তি সত্য নহয়?


A. মানুহবােৰে কুমাৰৰ চকাৰ ব্যৱহাৰ জানিছিল


B. মানুহবােৰৰ বেছিভাগেই আমিষভােজী আছিল


C. মানুহবােৰে আৰ্চীৰ ব্যৱহাৰ জানিছিল


D. মৃতকক কবৰ দিয়া হৈছিল


Answer :B


Solution :



45. সিন্ধু উপত্যকাত উদ্ধাৰ হােৱা ব্ৰঞ্জৰ নাচনীজনীৰ মূৰ্তিটো ক'ত আৱিষ্কাৰ হৈছিল?


A. হৰপ্পা


B. মহেঞ্জোদাৰাে


C. ল’থাল


D. ৰােপাৰ


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.