ভাৰতীয় ইতিহাস (Indian History) MCQ

16. কোনখন ঠাইত পোেন প্রথমে প্রকৃত ‘চিকাৰ কাৰ্যৰ নিদর্শন পােৱা যায়?


A. আফ্রিকা


B. চেক গণৰাজ্যৰ উলনিভেষ্ট'নাইচ


C. ইংলেণ্ডৰ বক্সভ


D. জার্মানীৰ ধনিয়ছেন


Answer :C


Solution :



17. প্রস্তৰ যুগৰ আগৰ আদিম মানৱে বেছিভাগ সময় ক’ত বাস কৰিছিল?


A. গছৰ ওপৰত


B. গুহাত


C. মুকলি ঠাইত


D. খেৰ-পা চালি সাজি


Answer :A


Solution :



18. আদিম মানৱে কেতিয়াৰ পৰা গুহা আৰু মুকলি ঠাইত বাসস্থান পাতিবলৈ লৈছিল?


A. ৩,০০,০০০—২,০০,০০০ বছৰ আগতে


B. ৪,০০,০০০—১,৫০,০০০ বছৰ আগতে


C. ৪,০০,০০০—১,২৫,০০০ বছৰ আগতে


D. ২,০০,০০০—১,৫০,০০০ বছৰ আগতে


Answer :C


Solution :



19. আদিম মানৱে দলবান্ধি ফুৰাৰ কাৰণৰ ভিতৰত তলৰ কোনটো নহয়?


A. প্রাকৃতিক দুর্যোগ যেনে-বাহ-বৰষুণ, ধুমুহাবজ্রপাত আদিৰ পৰা ৰক্ষা পৰিবলৈ


B. পৰিয়ালকেন্দ্রিক হােৱা বাবে


C. বনজুই, শিলাবৃষ্টি আদিৰ পৰা ৰক্ষা পৰিবলৈ


D. হিংস্র জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ।


Answer :B


Solution :



20. শেষ তুষাৰ যুগৰ অন্ত পৰিছিল


A. ২০,০০০ বছৰ পূৰ্বে


B. ১৮,০০০ বছৰ পূর্বে


C. ১৫,০০০ বছৰ পূবে


D. ১৩,০০০ বছৰ পূর্বে


Answer :D


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.