ভাৰতীয় ইতিহাস (Indian History) MCQ

31. কেতিয়া চকাৰ আৱিষ্কাৰ হৈছিল ?


A. ৫০০০ খ্রীঃপূঃ


B. ৪০০০ খ্রীঃপূঃ


C. ৩০০০ খ্রীঃপূঃ


D. ২০০০ খ্রীঃপূঃ


Answer :C


Solution :



32. চকাৰ আৱিষ্কাৰৰ প্রাচীনতম চিত্র কোন সভ্যতাত পােৱা যায়?


A. হৰপ্পা আৰু ৰােম সভ্যতাত


B. চুমেৰীয় আৰু মিছৰীয় সভ্যতাত


C. মেছােপটেমিয়া আৰু ইজিপ্ত সভ্যতাত


D. চীন আৰু গ্রীক সভ্যতাত


Answer :B


Solution :



33. তলৰ কোনবিধ সামগ্ৰী আদিম মানৱে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা নাছিল?


A. লােহাৰ হাতিয়াৰ


B. শিল আৰু কাঠ


C. জন্তুৰ দীঘল দাঁত আৰু শিং


D. জন্তুৰ হাড়


Answer :A


Solution :



34. আদিম মানৱে অলংকাৰ হিচাপে তলৰ কোনবিধ সামগ্রী ব্যৱহাৰ কৰা নাছিল?


A. জন্তুৰ দাঁত


B. জন্তুৰ হাড় আৰু গছৰ কাঠ


C. জন্তুৰ শিং


D. ধাতব পদার্থ


Answer :D


Solution :



35. হৰপ্পা সভ্যতা বা সিন্ধু উপত্যকা সভ্যতা কোন যুগৰ আছিল?


A. প্রত্ন প্রস্তুৰ যুগ


B. নৱ প্রস্তুৰ যুগ


C. তাম্র যুগ


D. লােহা যুগ


Answer :C


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.