ভাৰতীয় ইতিহাস (Indian History) MCQ

251. কলিংগ যুদ্ধ কৰা মৌর্য সম্রাটগৰাকী আছিল


A. অশােক


B. চন্দ্রগুপ্ত মৌর্য


C. বিন্দুসাৰ


D. জলৌক


Answer :A


Solution :



252. অশােকে প্রচাৰ কৰা ধর্মটোৰ নাম আছিল


A. জৈন ধর্ম


B. বৌদ্ধ ধর্ম


C. শাক্তধর্ম


D. ব্রাহ্মণ্য ধর্ম


Answer :B


Solution :



253. ‘ধর্মমহামাত্র’ সকলৰ কাম আছিল


A. প্রশাসনীয় দিশত চকু ৰখা


B. প্রজাৰ আর্থিক উন্নতি সাধন কৰা


C. জনসাধাৰণৰ মাজত ধর্মপ্রচাৰ কৰা আৰু প্ৰজাৰ উন্নতি সাধন কৰা


D. সম্রাটৰ পৰামৰ্শদাতা


Answer :C


Solution :



254. তলৰ কোনটোক অশােকৰ এটা প্ৰজাহিতকৰ কাম বুলি গণ্য কৰিব নােৱাৰি


A. তেওঁ কুঁৱা আৰু খাল খন্দাইছিল


B. তেওঁ বাট-পথ সজাইছিল আৰু বাটৰ কাষে কাষে ফল-মূলৰ গছ ৰুইছিল


C. তেওঁ দেশত জীৱহত্যা নিষেধ কৰি দিছিল


D. তেওঁ ৰাজুক আৰু মহামাত্র নিযুক্ত কৰিছিল


Answer :C


Solution :



255. অশােকৰ ৰাজত্বকালত তৃতীয় বৌদ্ধ মহামেল ক’ত অনুষ্ঠিত হৈছিল ?


A. কনৌজ


B. পাটলিপুত্র


C. সাৰনাথ


D. বৈশালী


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.