ভাৰতীয় ইতিহাস (Indian History) MCQ

26. কৃষিকার্যত জন্তুৰ ব্যৱহাৰ কেতিয়া হৈছিল?


A. ৭,০০০ খ্রীঃ পূঃ


B. ৬,০০০ খ্রীঃপূঃ


C. ৫,০০০ খ্রীঃপূঃ


D. ৪,০০০ খ্রীঃপূঃ


Answer :B


Solution :



27. ফার্টাইল ক্ৰেচেণ্ট’ ক’ত অৱস্থিত?


A. আফগানিস্থান


B. পশ্চিম এছিয়া


C. ভূমধ্যসাগৰৰ উপকূলৰ পৰা ইৰানৰ জাগ্লোচ পর্বতলৈ


D. উত্তৰ আফ্রিকাৰ কাজে


Answer :C


Solution :



28. পােন প্রথমে পদ্ধতিগতভাৱে কৃষিকার্য কৰা ঠাইসমূহৰ ভিতৰত তলৰ কোনখন নহয়?


A. চীন


B. চিৰিয়া


C. পেলেষ্টাইন


D. বেলুচিস্তান


Answer :A


Solution :



29. কোন দেশত পােন প্রথমে ধানখেতি আৰম্ভ হৈছিল?


A. ভাৰত


B. চীন


C. আফ্রিকা


D. পাৰস্য


Answer :B


Solution :



30. আদিম মানৱক স্থায়ী বাসগৃহ নির্মাণৰ ক্ষেত্ৰত তলৰ কোনটো কাৰকে সহায় কৰা নাছিল?


A. বিপদ-বিঘিনিৰ পৰা ৰক্ষা পাবলৈ


B. শস্যৰ বাবে পানীৰ প্ৰয়ােজনত নদনদী বা হ্ৰদৰ পাৰলৈ যােৱা আৰু শস্যৰ যত্ন লােৱাৰ বাবে


C. বনৰীয়া জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ উপদ্ৰৱৰ পৰা খেতি পথাৰ ৰক্ষা কৰা


D. পশুপালনৰ বাবে চৰণীয়া পথাৰৰ প্ৰয়ােজনত


Answer :D


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.