ৰাসায়ন বিজ্ঞান (Chemistry) MCQ

31. খাদ্যবস্তু বান্ধিবৰ বাবে ব্যৱহাত পাতল পাতবিধ হ'ল


A. প্লাষ্টিকৰ


B. এলুমিনিয়ামৰ


C. যিংকৰ


D. ক’পাৰৰ


Answer :B


Solution :



32. মিঠাইৰ ওপৰত সাজ-সজ্জাৰ বাবে ব্যৱহৃত ধাতুৰ সৰু পাতল পাতবোৰ হ'ল


A. এলুমিনিয়ামৰ


B. যিংকৰ


C. ছিলভাৰৰ


D. কʼপাৰৰ


Answer :C


Solution :



33. যিংকৰ লগত NaOH য়ে বিক্ৰিয়া কৰি উৎপন্ন কৰে


A. ZaO


B. ZnOH আৰু H₂


C. NaZnO₂ আৰু H₂


D. ZnO আৰু H₂


Answer :C


Solution :



34. তলৰ কোনটোৰ লগত ধাতুৱে বিক্ৰিয়া কৰি H₂ গেছ উৎপন্ন কৰে


A. এছিড


B. ক্ষাৰ


C. লৱণ


D. এছিড আৰু ক্ষাৰ দুয়োটা


Answer :D


Solution :



35. তলৰ কোনবোৰ ধাতু কটাৰীৰে সহজে কাটিব পাৰি


A. ছড়িয়াম আৰু কেলছিয়াম


B. ছডিয়াম আৰু পটেছিয়াম


C. বেৰিয়াম আৰু কেলছিয়াম


D. ছডিয়াম আৰু মার্কাৰী


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.