ৰাসায়ন বিজ্ঞান (Chemistry) MCQ

96. মামৰে ধৰা প্রক্ৰিয়াত আইৰণৰ


A. জাৰণ ঘটে


B. বিজাৰণ ঘটে


C. দহন ঘটে


D. সকলো


Answer :A


Solution :



97. মামৰে ধৰাৰ বাবে প্রয়োজনীয় চৰ্ত


A. পনী,বায়ু


B. বায়ু, এহিড


C. বায়ু, তেল


D. পানী, ক্ষাৰ


Answer :A


Solution :



98. বৈদ্যুতিক দস্তালেপনত যিংকৰ দণ্ড হ’ব


A. কেথ'দ


B. এন'দ


C. বিদ্যুৎবিশ্লেষ্য


D. ইলেকট্ৰড


Answer :B


Solution :



99. ৰন্ধা-বঢ়াৰ বাবে ব্যৱহৃত গেছবিধ হ’ল LPG। ছিলিণ্ডাৰৰ ভিতৰত LPG তৰল হিচাপে থাকে। চিলিণ্ডাৰৰ পৰাই গেছ হিচাপে ওলাই আহে (পৰিৱৰ্তন-P) আৰু তাৰ পিছত জ্বলি উঠে (পৰিৱৰ্তন-Q)। তলৰ কোনটো সত্য?


A. পৰিৱৰ্তন-P এটা ৰাসায়নিক পৰিৱৰ্তন


B. কোনোটোৱেই ৰাসায়নিক পৰিৱৰ্তন নহয়


C. পৰিৱৰ্তন-Q এটা ৰাসায়নিক পৰিৱৰ্তন


D. দুয়োটা পৰিৱৰ্তনেই ৰাসায়নিক পৰিৱৰ্তন


Answer :C


Solution :



100. নিম্নেক্ত কোনটো অন্ন খনিজ নহয়


A. H₂CO₃


B. HCl


C. H₂SO₄


D. HNO₃


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.