Assamese Language MCQ

111. অ যোগ উ লগ লাগি হোৱা এটা সন্ধি হ’ল


A. কথা + উপকথন = কথোপকথন


B. চন্দ্ৰ + উদয় = চন্দ্ৰোদয়


C. দৌল + উৎসৱ = দৌলৎসৱ


D. সূৰ্য + উদয় = সুৰ্য্যদয়


Answer :A


Solution :



112. সম্বন্ধ বাচক পুৰুষ বিভক্তিক গোলোক চন্দ্ৰ গোস্বামীয়ে কি বুলি কৈছে?


A. পুৰুষবাচক বিভক্তি


B. সম্বন্ধবাচক বিভক্তি


C. সম্বন্ধবাচক পুৰুষ বিভক্তি


D. বিশেষণ সৰ্বনাম


Answer :A


Solution :



113. সম্বন্ধ বাচক পুৰুষ বিভক্তিক গোলোক চন্দ্ৰ গোস্বামীয়ে কি বুলি কৈছে?


A. পুৰুষবাচক বিভক্তি


B. সম্বন্ধবাচক বিভক্তি


C. সম্বন্ধবাচক পুৰুষ বিভক্তি


D. বিশেষণ সৰ্বনাম


Answer :A


Solution :



114. কোনটো শুদ্ধ লিখা


A. তোৰ দেউতাক


B. তোৰ দেউতাৰ


C. তোৰ বাপেৰ


D. আপোনাৰ দেউতাক


Answer :B


Solution :



115. সম্বন্ধবাচক বিভক্তি তদ্ধিত প্ৰত্যয় বুলি কোৱা ব্যাকৰণবিদজন হ’ল


A. ৰমেশ পাঠক


B. গোলোক চন্দ্ৰ গোস্বামী


C. সত্যনাথ বৰা


D. হেমচন্দ্ৰ বৰুৱা


Answer :C


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.