Assamese Language MCQ

81. দুটা ভিন ভিন শব্দ গোট খাই এটা হ’লে তাৰ আগত ঋ, ৰ, স থাকিলে ন মুৰ্দ্ধন্য নহয়। এই নিয়মটো প্ৰয়োগ কৰি কৰা সন্ধিটো হ’ল


A. কংকন


B. বৃন্দাবন


C. কৃপন


D. ত্ৰিনয়ন


Answer :D


Solution :



82. দুৰ উপসৰ্গৰ বাহিৰে আন উপসৰ্গৰ ৰ ৰ পাছত থকা নম আৰু নী ধাতুৰ মুৰ্দ্ধন্য ণ হয় । ইয়াৰ উদাহৰণ হল


A. নৰাম


B. বান্ধন


C. প্রণাম


D. কলা্যান


Answer :C


Solution :



83. তলত দিয়া কোনটো শব্দ আগত থাকিলে পাছৰ শব্দৰ ন মুৰ্দ্ধন্য ণ হয়


A. কংক


B. উত্তৰ


C. অক্ষ


D. অন্ন


Answer :D


Solution :



84. মাতৃভাষা ভালদৰে শিকিবলৈ কেইটা স্তৰ পাৰ হ’ব লাগে?


A. তিনিটা


B. দুটা


C. চাৰিটা


D. পাঁচটা


Answer :C


Solution :



85. মাতৃভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ দ্বাৰা প্ৰথমে কি বুজিব পৰা যায়?


A. ভাষা


B. সাহিত্য


C. গীত


D. কবিতা


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.