Assamese Language MCQ

26. শিক্ষা বিকাশৰ আন্তর্জাতিক আয়োগে সমগ্র পৃথিৱী জুৰি শিক্ষা নীতিসমুহৰ নির্দেশক নীতি হিচাপে জীৱন ব্যাপি শিক্ষাৰ কোন চনত ঘোষণা কৰিছিল ?


A. ১৯১৭ চনত


B. ১৯৭৭ চনত


C. ১৯৭৮ চনত


D. ১৯৭২ চনত


Answer :D


Solution :



27. শিশুৰ দৈহিক বিকাশৰ প্রয়োজনীয় এটা উপাদান-


A. দৈহিক যত্ন


B. দৈহিক প্রবণতা


C. দৈহিক ধাৰণা


D. দৈহিক অনুকৰণ


Answer :A


Solution :



28. ভাৰতবর্ষত সংহত শিশু বিকাশ আচঁনি কিমান চনত আৰম্ভ হৈছিল ?


A. ভাৰতবর্ষত সংহত শিশু বিকাশ আচঁনি কিমান চনত আৰম্ভ হৈছিল ?


B. খ) ১৯৭৬ চনত


C. ১৯৬৭ চনত


D. ১৯৫৭ চনত


Answer :A


Solution :



29. শৈশৱ কালৰ এটা বৈশিষ্ট-


A. শিশুৱে নিজৰ শৰীৰটো কিছু নিয়ন্ত্রণ কৰিব পাৰে ।


B. শিশুৱে নিজৰ শৰীৰটো নিয়ন্ত্রণ কৰিব নোৱাৰে


C. শিশুৱে নিজ শৰীৰটো নিয়ন্ত্রণ কৰিব পাৰে


D. একেবাৰে নিয়ন্ত্রণ কৰিব নোৱাৰে


Answer :C


Solution :



30. বয়ঃসন্ধি কালৰ কোনটো বৈশিষ্ট নহয় ?


A. যৌন চেতনা


B. বীৰ পুজা


C. আত্ম নিয়োগ


D. সমাজ সংশোধন


Answer :D


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.