Assamese Language MCQ

16. অনুশীলনৰ প্রয়োজন হয় -


A. শিক্ষা মনত সজাবলৈ


B. শিক্ষা দৃঢ়, স্থায়ী কৰিবলৈ


C. শিক্ষা পৰিবর্তন কৰিবলৈ


D. ওপৰৰ এটাও নহয়


Answer :B


Solution :



17. জেমচৰ মতে অভ্যাস হল-


A. আচৰণৰ বিজ্ঞান


B. অনুশীলনৰ বিজ্ঞান


C. প্রকৃতিৰ সন্তান


D. প্রকৃতিৰ পৰিবর্তন


Answer :C


Solution :



18. ৰুছোৰ মতে কৈশোৰকাল হৈছে-


A. জন্মৰ পৰা ৫ বছৰলৈ


B. ৫ -১২ বছৰলৈ


C. ১২-১৫ বছৰলৈ


D. জন্মৰ পৰা ৩ বছৰলৈ


Answer :C


Solution :



19. তলৰ কোনটোৱে বৃদ্ধিক বুজায় ?


A. জৈৱিক আৰু দৈহিক পৰিবর্তন


B. সামগ্রিক ৰূপত হোৱা পৰিবর্তন


C. বৃদ্ধিৰ সামগ্রিক পৰিবর্তন


D. বৃদ্ধি বিশিষ্ট অধ্যয়নৰ বিষয়


Answer :A


Solution :



20. আধুনিক শিক্ষা পদ্ধতিৰ এটা প্রধান বিশেষত্ব হৈছে-


A. শিশুৰ সামাজিক কাৰণ


B. মানব প্রকৃতিৰ পৰিবর্তে প্রকৃতিক গুৰুত্ব দিয়া


C. খেলা-ধুলাৰ যোগেদি শিক্ষা দান


D. লৰা ছোৱলীয়ে যিকোনো সময়ত যিকোনো শ্রেণীত যিকোনো বিষয় শিকিব পাৰে


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.