Political Science MCQ

166. ভাৰতৰ শিখৰত থকা ন্যায়ালয় কোনখন?


A. উচ্চ ন্যায়ালয়


B. উচ্চতম ন্যায়ালয়


C. ছেচন আদালত


D. জিলা আদালত


Answer :A


Solution :



167. তলত উল্লেখিত কোনটো প্রস্তাৱনাত উল্লেখ নাই?


A. সমতা


B. স্বাধীনতা


C. ভাতৃত্বতা


D. অহিংসা


Answer :D


Solution :



168. তলত উল্লেখিত কোনটো সঁচা?


A. ভাৰতীয় সংবিধান যুক্তৰাষ্ট্রীয়


B. ভাৰতীয় সংবিধান একাত্মক


C. ভাৰতীয় সংবিধান একাত্মকো নহয় যুক্তৰাষ্ট্ৰীয়ও নহয়


D. ভাৰতীয় সংবিধান একাত্মক আৰু যুক্তৰাষ্ট্ৰীয় সংমিশ্রণ


Answer :D


Solution :



169. তলত উল্লেখিত কোনটো ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য নহয়?


A. গণতান্ত্রিক চৰকাৰ


B. যুক্তৰাষ্ট্ৰীয় চৰকাৰ


C. ৰাষ্ট্রপতীয় চৰকাৰ


D. এক নাগৰিকত্ব


Answer :C


Solution :



170. ন্যায়পালিকাৰ স্বাধীনতা বুলিলে কি বুজা?


A. ন্যায়পালিকা বিধানমণ্ডলৰ অধীন নহয়


B. লােকসভাৰ অধীন নহয়


C. সংসদৰ অধীন নহয়


D. কাৰাে হস্তক্ষেপ নােহােৱাকৈ বিচাৰ কৰিব পাৰে


Answer :D


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.