Political Science MCQ

36. উপৰাষ্ট্ৰপতিৰ নিম্নতম বয়স কিমান?


A. ৩০ বছৰ


B. ৩৫ বছৰ


C. ৩২ বছৰ


D. ৪০ বছৰ


Answer :B


Solution :



37. উপৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ৰাজ্যসভাত কোনে সভাপতিত্ব কৰে?


A. ৰাজ্যসভাৰ জ্যেষ্ঠতম সদস্য


B. যিকোনাে সদস্য


C. সংখ্যাগৰিষ্ঠ দলৰ নেতা


D. ৰাজ্যসভাৰ উপ-সভাপতি


Answer :D


Solution :



38. ভাৰতত প্রকৃত কাৰ্যপালিকা কোন?


A. প্রধানমন্ত্রী


B. ৰাষ্ট্রপতি


C. উপ-ৰাষ্ট্রপ


D. প্রধানমন্ত্ৰীৰ নেতৃত্বত থকা মন্ত্রী পৰিষদ


Answer :D


Solution :



39. ৰাজ্যসভাৰ সদস্য হৈও প্রধানমন্ত্রী হােৱা প্ৰথম গৰাকী ব্যক্তি কোন আছিল?


A. মােৰাৰজী দেশাই


B. জগজীৱন ৰাম


C. গুলজাৰিলাল নন্দ


D. ইন্দিৰা গান্ধী


Answer :D


Solution :



40. ভাৰতৰ কোনজন প্রধানমন্ত্ৰীৰ দেশৰ বাহিৰত মৃত্যু হৈছিল ?


A. মােৰাৰজী দেশাই


B. ইন্দিৰা গান্ধী


C. চৌধুৰী চৰণ সিং


D. লাল বাহাদুৰ শাস্ত্রী


Answer :D


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.