Political Science MCQ

131. সংবিধান কোনে ৰচনা কৰিছিল ?


A. কেন্দ্রীয় চৰকাৰ


B. ৰাজ্যিক চৰকাৰ


C. সংবিধান সভা


D. ব্রিটিছ চৰকাৰে


Answer :C


Solution :



132. সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী হয় ?


A. ১৯৫০ চনৰ ২৬ জানুৱাৰী


B. ১৯৪৯ চনৰ ২৬ নৱেম্বৰ


C. ১৯৪৮ চনৰ ৩০ অক্টোবৰ


D. ১৯৪৬ চনৰ ৯ ডিচেম্বৰ


Answer :A


Solution :



133. সংবিধানত কোনে স্বাক্ষৰ কৰিছিল ?


A. জৱাহৰলাল নেহেৰু


B. ড° ৰাজেন্দ্র প্রসাদ


C. ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ


D. ড° বি আৰ আম্বেদকাৰ


Answer :B


Solution :



134. সংবিধান সভাৰ সভাপতি কোন আছিল?


A. মহাত্মা গান্ধী


B. জৱহৰলাল নেহেৰু


C. ড° বি আৰ আম্বেদকাৰ


D. ড° ৰাজেন্দ্র প্রসাদ


Answer :D


Solution :



135. স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্রপতি কোন?


A. ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ


B. ড° ৰাজেন্দ্র প্রসাদ


C. জৱাহৰলাল নেহেৰু


D. ছৰ্দাৰ বল্লৱ ভাই পেটেল


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.