ভূগোল (Geography) MCQ

71. অসমৰ মুঠ মাটিকালিৰ পৰিমাণ হ’ল


A. ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ


B. ৭৮,৪৩৬ বৰ্গ কিলোমিটাৰ


C. ৭৭,৪৩৮ বৰ্গ কিলোমিটাৰ


D. ৭৬,৪৩৬ বৰ্গ কিলোমিটাৰ


Answer :A


Solution :



72. ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৈৰ্ঘ্য হ’ল


A. ৭৪০ কিলোমিটাৰ


B. ৭২০ কিলোমিটাৰ


C. ৫৬৫ কিলোমিটাৰ


D. ৬২০ কিলোমিটাৰ


Answer :B


Solution :



73. কৰিমগঞ্জ চেনিকলটো স্থাপিত হৈছিল


A. দ্বিতীয় পাঁচ বছৰীয়া পৰিকল্পনাত


B. তৃতীয় পাঁচ বছৰীয়া পৰিকল্পনাত


C. চতুৰ্থ পাঁচ বছৰীয়া পৰিকল্পনাত


D. পঞ্চম পাঁচ বছৰীয়া পৰিকল্পনাত


Answer :A


Solution :



74. অসমৰ প্রথম তেল শোধনাগাৰটো হ’ল


A. ডিগবৈ


B. নুনমাটি


C. বঙাইগাঁও


D. নাহৰকটীয়া


Answer :A


Solution :



75. অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি (২০০১ চনৰ মতে)


A. মৰিগাঁও


B. কামৰূপ


C. নগাঁও


D. ধুবুৰী


Answer :C


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.