ভূগোল (Geography) MCQ

106. আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ আয়তন হ’ল


A. ৬,৪৭৫ বৰ্গ কিলোমিটাৰ


B. ৬,৫৭৪ বৰ্গ কিলোমিটাৰ


C. ৭,২৫৪ বৰ্গ কিলোমিটাৰ


D. ৫,৬৪২ বৰ্গ কিলোমিটাৰ


Answer :A


Solution :



107. লাক্ষাদ্বীপ, মিনিকয় আৰু আঁমনদিভি দ্বীপৰ সমষ্টি


A. ২৫ টা


B. ২৪ টা


C. ২৬ টা


D. ২৯ টা


Answer :A


Solution :



108. আন্দামান সাগৰ আৰু বংগোপ সাগৰক সংলগ্ন কৰিছে


A. ১০ ডিগ্ৰী প্ৰণালীয়ে


B. ৯ ডিগ্ৰী প্ৰণালীয়ে


C. ৮ ডিগ্ৰী প্ৰণালীয়ে


D. ৬ ডিগ্ৰী প্ৰণালীয়ে


Answer :A


Solution :



109. লাক্ষাদ্বীপপুঞ্জ আৰু মিনিকয় দ্বীপপুঞ্জক _ প্ৰণালীয়ে পৃথক কৰিছে


A. আঠ ডিগ্ৰী প্ৰণলী


B. ন ডিগ্ৰী প্ৰণলী


C. দহ ডিগ্ৰী প্ৰণালী


D. ছয় ডিগ্ৰী প্ৰণালী


Answer :B


Solution :



110. মিনিকয় দ্বীপ আৰু মালদ্বীপৰ মাজত _ প্ৰণালী অৱস্থিত


A. আঠ ডিগ্ৰী প্ৰণালী


B. ন ডিগ্ৰী প্ৰণালী


C. দহ ডিগ্ৰী প্ৰণালী


D. ছয় ডিগ্ৰী প্ৰণালী


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.