Assamese Grammar Part 2 (অসমীয়া ব্যাকৰণ) MCQ

46. সম্তমাত্মক তৃতীয় পুৰুষৰ পদ বুজাবলৈ ব্যৱহাৰ হয়


A. একবচন


B. বহুবচন


C. বচন ব্যৱহাৰ কৰা নহয়


D. প্রত্যয়ৰ ব্যৱহাৰ হয়।


Answer :B


Solution :



47. গালি স্বৰূপে জস্তুৰ নাম মানুহত ব্যৱহাৰ হ’লে তলৰ কি ৰূপ ব্যৱহাৰ হয়?


A. হঁত


B. লোক


C. জাক


D. মখা


Answer :A


Solution :



48. মখা শব্দৰ ব্যৱহাৰ হয়


A. বস্তুৰ সংখ্যা বা পৰিমাণ বুজাবলৈ


B. সম্ভমবোধ অৰ্থত


C. অনাদৰত ব্যৱহাৰ হয়


D. গালিঅৰ্থত


Answer :A


Solution :



49. সম্মত ব্যৱহাৰ হোৱা এটা বহুবচন ৰূপ হ'ল


A. হঁত


B. সকল


C. লোক


D. মখা


Answer :C


Solution :



50. তলৰ কোনটোত স্বাভাৱিক ক্ষেত্ৰত বচন ভুলকৈ ব্যৱহাৰ কৰা হৈছে


A. গৰুহঁত


B. চোৰবিলাক


C. পানীমখা


D. চাহাবলোক


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.