Assam TET Mock Test For UP Science
1. দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ মাজত পাৰ্থক্য হ'ব

2. কোনো সম্বন্ধবাচক শব্দ সৰ্বনাম শব্দৰ দ্বিতীয় পুৰুষৰ পাছত থাকিলে অনাদৰত তলৰ কোনটো বিভক্তি প্ৰয়োগ হ’ব-_

3. নিম্নোক্ত কোনবিধ প্র’টিন সূতা

4. বস্তু এটাই অতিক্ৰম কৰা দূৰত্ব

5. উদ্ভিদৰ দেহৰ কোনো অংশ বিছিন্ন হৈ অপত্য উদ্ভিদৰ সৃষ্টি হ'লে

6. মৌলিক সংখ্যাৰ ক্ষেত্ৰত তলৰ শুদ্ধ বাকাটো

7. The candidates were tense _________ expectancy.

8. তলৰ কোনবিধ আংশিক মূল পৰজীৱী

9. তালৰ কোনটো অন্তৰ্মুখী ব্যক্তিত্বৰ বৈশিষ্ট্য নহয়

10. ছাত্র-ছাত্রীৰ বাবে খেলা ধুলা আৱশ্যকীয়-

11. মহাপুৰুষ শংকৰদেৱ ৰচিত তলৰ কোনখন গ্ৰন্থ মূলতঃ ভক্তিতত্বমূলক গ্রন্থ নহয়

12. শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছে?

13. মাধৱদেৱে ঝুমুৰাত সন্নিৱিষ্ট কৰা সংস্কৃত শ্লোকসমূহ সংগ্ৰহ কৰিছে

14. যিংকৰ লগত NaOH য়ে বিক্ৰিয়া কৰি উৎপন্ন কৰে

15. বিদ্যুত বিশ্লেষ্য হৈছে

16. কোনটো বেমাৰ চিনাক্ত কৰিবলৈ ‘ৱাইডেল পৰীক্ষা’ কৰা হয়

17. He received _____ help from the teachers.

18. 10% সুতৰ হাৰত 600.00 টকা কিমান বছৰত সুতেমূলে 840.00 টকা হ'ব?

19. জুলীয়া বস্তুৰ পৰিমাণবাচক প্ৰত্যয় হ’ল

20. এটা আয়তক্ষেত্ৰৰ দীঘ, প্ৰস্থ দুগুণ বৃদ্ধি কৰিলে, ইয়াৰ কালি কিমান শুণ বৃদ্ধি পাব?

21. ছেণ্ট’জমে কোষৰ কোনটো কাৰ্যত ভাগ লয়?

22. তলৰ অম্নসমূহৰ কোনটো জৈৱ অম্ন

23. তলৰ কোনটো ক্ষুদ্ৰতম কোষ?

24. এজন দোকানীয়ে ছাটি এটা 320 টকাত কিনি 380 টকাত বিক্ৰী কৰিলে তেওঁৰ শতকৰা লাভ হ'ব

25. তলৰ কোনটো শুদ্ধ

26. ষত্ববিধি অনুসৰি গঠন হোৱা শুদ্ধ শব্দটো তলৰ শব্দবোৰৰ পৰা বাছি উলিওৱা

27. পৰিৱৰ্ত্তী প্ৰবাহ উৎপাদক যন্ত্ৰৰ নাম ?

28. I always ________ my best.

29. If you _________ greasy food, you will become fat.

30. শিশুৱে নিজ স্বাৰ্থ তথা প্ৰয়োজন পূৰণৰ বাবে কেতিয়াবা কেতিয়াবা খোৱা বস্তু বা খেলা-ধূলাৰ বস্তুলৈ সমনীয়া বা নিজৰ ভাই- ভনীৰ মাজত কাজিয়া কৰাৰ কাৰণ হ’ল

31. Zoological Philosophy ৰ ৰচক-

32. 5/0 এটা সংখ্যা

33. অসমীয়াত শব্দ বিভক্তি কেইবিধ?

34. বহিৰ্মুখী ব্যক্তিত্বৰ এটা প্ৰধান লক্ষণ হ'ল

35. তলৰ কোনটো প্ৰত্যয় অসমীয়াত এক বচনবাচকৰ অৰ্থত ব্যৱহাৰ হয়?

36. তলত দিয়াবোৰৰ কোনটো সন্ধি ভুল

37. জোনাকী কাকতৰ প্ৰথম সম্পাদক গৰাকী হ’ল

38. যাদি 6, 8, 5, x আৰু 4 ৰ মাধ্য 7 হয় তেন্তে x ৰ মান হ'ব

39. অভাসজনিত কাম সমুহ

40. এটা আয়তৰ দীঘ (6x + 4) ছেঃ মিঃ, প্ৰস্থ x ছেঃ মিঃ আৰু পৰিসীমা 64 ছেঃ মিঃ হ'লে আয়তটোৰ কৰ্ণৰ দৈৰ্ঘ কিমান?

41. বিনেৰ বুদ্ধি পৰীক্ষাৰ দ্বিতীয় সংস্কৰণ প্রকাশ হৈছিল

42. Two persons are sitting _____ chair

43. সম্বন্ধ বাচক পুৰুষ বিভক্তিক গোলোক চন্দ্ৰ গোস্বামীয়ে কি বুলি কৈছে?

44. ৰাইব’জমবোৰৰ মুখ্য কাম হ'ল

45. 10 টা কলমৰ বিক্ৰী দাম 14 টা কলমৰ কিনাদামৰ সমান হ’লে, লাভৰ শতকৰা হাৰ হ'ব

46. সমান অৰ্থত ব্যৱহাৰ হোৱা এটা প্ৰত্যয় হ’ল

47. লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম চনটো কি?

48. ______ English are always conservative by nature.

49. শৰ শব্দৰ স্ত্ৰী লিঙ্গ হ’ল

50. প্ৰাণীকোষত থকা অথচ উদ্ভিদকোষত নথকা কোষাংগটো বাচি উলিওৱা

51. I remember my sister taking me to the museum.

52. তলৰ কোনটো সংকৰ ধাতুত মার্কাৰী থাকে

53. বিন্দুস্ৰাব কিহৰ জৰিয়তে হয়

54. I … my exercise because I didn’t understand the questions.

55. ব্যক্তিৰ সামাজিক গুণ আৰু বিশেষত্ব অনুযায়ী স্প্ৰেংগাৰ(Sprengers) নামৰ মনোবিজ্ঞানীজনে ব্যক্তিত্বক ভাগ কৰিছিল

56. এলাম বা ফিটকিৰিবােৰ হৈছে

57. He is said to be very rich

58. শংকৰদেৱে কেইপ্ৰকাৰৰ ভটিমাৰ প্ৰৱৰ্তন কৰিছিল?

59. He often … to the cinema because he loves movies.

60. তলত দিয়া জতুৱা-ঠাচৰ বাক্যবিলাকৰ কোনটো শুদ্ধ ?