Assam TET Mock Test For UP Science 150 Marks
1. The passenger has _______ luggage with him,

2. Every person ___________ its own responsibilities and worries.

3. Terrorists live ___________ the gun all their life.

4. A steady mind triumphs ------ difficulties.

5. They ___________ asked to give opinion in their own words.

6. President Saddam Hussain has lived -------- the gun all his life.

7. We … Mrs Stewart when we were in California.

8. They greet me cheerfully every morning

9. I … to the cinema tonight: I’ve got a lot of work to finish.

10. For dinner last night we … fish and chips.

11. He is very ill _____ of his recovery is lost.

12. He killed two birds

13. Let this be an example -------- the troublemakers.

14. Their tragic experience in the recent past provides an index __________ the state of lawlessness in this region.

15. Sita will stay here for ________ while.

16. My voice reverberated ________ the walls of the castle.

17. A lamp is hung _____ my head

18. He told me that he had ________ all the work himself.

19. The doctor advised the patient not to eat rice.

20. Twelve terrorists ___________ in air strike.

21. It is necessary for government to ___________ their people's life better.

22. I have to manage with _________ money i earn.

23. She has __________ things to do.

24. A good judge never gropes _________ the conclusion.

25. Religious leaders should not delve -------- politics.

26. Do you need _________ help from me ?

27. Neighbouring country is not enamoured __________ the bomb for its own sake.

28. She doesn’t realize what kind of person he is, but she ________ (find out).

29. I have to manage with _________ money i earn.

30. ____ the picture , there are 2 boys and one girl.

31. অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?

32. মহাপুৰুষ শংকৰদেৱ ৰচিত কাব্যৰ সংখ্যা

33. বেজবৰুৱাৰ সাহিত্যিক জীৱনৰ আৰম্ভণি হয়

34. তলৰ কোনটো জতুৱাঠাচৰ অৰ্থ শুদ্ধ ?

35. মাধৱদেৱে সৃষ্টি কৰা ভটিমাবিধ হৈছে

36. মহাপুৰুষ শংকৰদেৱ ৰচিত তলৰ কোনখন গ্ৰন্থ মূলতঃ ভক্তিতত্বমূলক গ্রন্থ নহয়

37. তলৰ কোনটো শব্দত ণ স্বাভাৱিকতে হৈছে?

38. তলৰ কোনটো বাক্য শুদ্ধ ?

39. লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম কি?

40. তলৰ কোনটো শব্দ অশুদ্ধ শব্দ। ছিঃ

41. তলৰ কোনটো ব্যঞ্জনধ্বনি পশ্চতালব্য ?

42. শংকৰদেৱৰ বুঢ়ীমাকৰ নাম আছিল

43. পৰিকল্পনাৰ মূল্যায়ন আচনিৰ উন্নয়ন কোনে কৰিছিল ?

44. সন্তানৰ জৈৱিক অস্তিত্ব গঢ়ি উঠে -

45. ডাঙৰ বলবন্ত খণ্ডৰ গোটেইটো জাতি বুজাবলৈ ব্যৱহাৰ হোৱা লিঙ্গ হ’ল

46. তলৰ সন্ধিৰ দ্বাৰা দেখুওৱা কোনটো অশুদ্ধ ?

47. 'গুণমালা' পুথিৰ আধাৰ গ্ৰন্থকি?

48. মাধৱদেৱৰ এখন তত্বমূলক গ্ৰন্থ হ’ল

49. অসমৰ 'কুমাৰ ৰজা' বুলি পৰিচিত ব্যক্তি গৰাকী কোন?

50. সম্তমাত্মক তৃতীয় পুৰুষৰ পদ বুজাবলৈ ব্যৱহাৰ হয়

51. অসমীয়া ভাষাৰ ব্যঞ্জনবৰ্ণ ৰ সংখ্যা কেইটা ?

52. সুকীয়া উচ্চাৰণ নথকা বৰ্ণ বুলিলে কাক বুজায়

53. তালব্য বৰ্ণ কোনটো?

54. ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তম অধিবেশনখনিত সভাপতিত্ব কৰিছিল

55. মই কাইলৈ গুৱাহাটীলৈ যাম--- গুৱাহাটীলৈ শব্দটোত তলৰ কোনটো শব্দ বিভক্তি শুদ্ধ?

56. তলত দিয়া সন্ধিবোৰৰ নিপাতন কোনটো শুদ্ধ হৈছে

57. অন্তঃস্থ ধ্বনিৰ আন এটা নাম হৈছে

58. ক্লীৱলিঙ্গক স্ত্ৰীলিঙ্গ কৰা ৰূপ এটা হ’ল

59. মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বস্ব বুলি কোৱা হয়

60. অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?

61. নৱজাত শিশুৰ ভয়, ক্ৰোধ আৰু ভালপোৱাকেই প্ৰাথমিক আবেগ ধুলি মতপোষণ কৰিছিল

62. মাতৃভাষা আয়ত্বকৰণৰ ক্ষেত্ৰত শিশুৰ প্ৰথম অৱস্থাত প্ৰয়োজনীয় অভিজ্ঞতা হ’ল

63. তলৰ কোনটো বিদ্যালয় প্রধানৰ গুণাৱলীৰ ভিতৰুৱা নহয় ?

64. শিক্ষণ আৰু প্ৰশিক্ষণৰ যোগেদি আয়ত্ব কৰা আগ্ৰহক কোৱা হয়

65. কৈশোৰ কালক ধুমুহা আৰু পীড়নৰ সময় বলি অভিহিত কৰিছিল

66. অপৰাধ প্ৰৱণতা এটা ডাঙৰ সমস্যা

67. বিকাশ আৰু উন্নয়ণ কোনটো কাৰকৰ ওপৰত নির্ভৰশীল ?

68. একে বয়সৰ এজন ল’ৰা আৰু এজনী ছোৱালীক যদি নিৰীক্ষণ কৰা হয় দেখা যাব, ছোৱালীজনী আগবঢ়া

69. “বয়সন্ধি কালত ব্যক্তিয়ে নিজৰ কেঁচুৱা কালৰ যৌন ইতিহাস আকৌ এবাৰ সোঁৱৰে আৰু শৈশৱৰ শেষৰ ছোৱাত অৱদমিত অৱস্থাত থকা যৌন প্ৰেৰণা পুনৰ জাগ্ৰত হয়” - উক্তিটো আগবঢ়াইছিল

70. "মানুহৰ সকলো আচৰণৰে মূল উদ্দেশ্য হল পৰিবেশৰ লগত পৰ্যায়ক্ৰমে অধিক সন্তোষজনক ভাবে সমাযোজন কৰা" - উক্তিটো আগবঢ়াইছিল

71. তলৰ কোনটো শিশুৰ দৈহিক প্ৰয়োজনৰ অন্তৰ্গত

72. মনোবিদ ৰাইবাৰ্ণৰ মতে মানুহৰ মুঠ বিকাশৰ স্তৰ হ’ল

73. এটা দেৰ বছৰীয়া শিশুৱে শব্দ উচ্চাৰণ কৰিব পাৰে

74. এটা অনুপযুক্ত পৰিবেশত শিশুৰ সম্পূৰ্ণ বিকাশ

75. ফৰাচী দাৰ্শনিক ৰুছোৰ মতে মানুহৰ বিকাশৰ স্তৰ হ’ল

76. মাধ্যমিক শিক্ষা আয়োগৰ প্রথমগৰাকী সভাপতি আছিল -

77. মানুহৰ দেহৰ গঠন আৰু প্রকৃতিৰ ওপৰত ভিত্তি কৰি মানুহৰ চাৰিত্ৰিক বৈশিষ্টৰ বৰ্ণনা দিছিল

78. হিপ'ক্ৰেটিছৰ মতে ব্যক্তিত্বৰ শ্ৰেণী বিভাগ হ’ল

79. মনোবিদ ৰাইবাৰ্ণে কৈশোৰ কালৰ কোনখিনি সময়ক “মানসিক বিকাশ পৰ্যায়” হিচাপে অন্তর্ভুক্ত কৰিছল

80. "ভালকৈ বিচাৰ কৰা, ভালকৈ যুক্তি দৰ্শোৱা আৰু ভালকৈ হৃদয়ঙ্গম কৰা ক্ষমতা" - বুদ্ধি সন্দৰ্ভত এই মতামত আগব়াইছিল

81. বিনেৰ বুদ্ধি পৰীক্ষাৰ দ্বিতীয় সংস্কৰণ প্রকাশ হৈছিল

82. শিশুৱে দৌৰা, জঁপিওৱা, পুতলা খেলা ইত্যাদি কামবোৰ কৰি পৰম তৃপ্তি লাভ কৰে

83. ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় গঠিত হয়-

84. লেটিন ভাষাৰ 'Delinquency' শব্দটো উৎপত্তি হৈছিল

85. সুস্থ, সবল, দৃঢ় আৰু শক্তিশালী দৈহিক গঠন প্ৰধান বৈশিষ্ট্য

86. বাল্য কালৰ যৌৱনাৱস্থাক প্ৰসুপ্তকাল (Latent Period) বুলি অভিহিত কৰিছিল

87. মুক্ত বিদ্যালয় সঙ্গীন স্বায়ত্বশাসন সংগঠন হিচাপে স্বীকৃত হয়-

88. সমকামিতাৰ কাল বুলি কোৱা হয়-

89. অভ্যাস গঠন কৰিবলৈ উপযুক্ত সময় হ'ল

90. বাল্যকালৰ লগত জড়িত শিক্ষা ব্যৱস্থা হ’ল

91. জোকৰ লালটিত থকা তেজ আতঞ্চৰোধী পদাৰ্থবিধ হ’ল

92. যকৃতৰ ৰোগ সৃষ্টি কৰা কৃমিটো হ'ল

93. পৰিণত ভ্ৰুণস্থলীত কোষৰ সংখ্যা

94. প্রাণীৰ দেহগঠনৰ প্ৰথম কোষটো হ’ল

95. মাইট'কন্দ্ৰিয়া নথকা কোষ কোনবোৰ?

96. অপৰিহাৰ্য অণু মৌল হ’ল

97. বৃক্কৰ পৰিস্ৰাৱন একক বোৰ হল

98. সহজীৱী উদ্ভিদৰ উদাহৰণ

99. প্রাণীকোষৰ কোষাবৰণ গঠিত হোৱা পদাৰ্থ হৈছে

100. উদ্ভিদৰ কোনবোৰ কোষে পানীৰ সংবহন কৰে

101. তলৰ কোনবিধ প্রট'য'ৱাৰ চলনাংগ নহয়

102. আটাইতকৈ ওখ সপুষ্পক উদ্ভিদ হ'ল

103. শুদ্ধ যোৰটো বাচি উলিওৱা

104. প্ৰস্বেদন বৃদ্ধি হ’লে উদ্ভিদৰ পানী শোষণ ক্ষমতা

105. অপতৃৰ্ণ হ’ল

106. প্ৰিজম এখনত আয়তক্ষেত্ৰাকাৰ পৃষ্ঠ কেইখন থাকে?

107. 1000 ৱাটৰ হিটাৰ এটা 10 ঘণ্টা সময় চলালে প্ৰতি একক 4 টকা হিচাপে খৰছ কিমান হ’ব?

108. শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সংযোগ কৰিলে 3 ওম আৰু 6 ওম ৰোধৰ সমতুল্য ৰোধৰ অনুপাত কি হ’ব?

109. বস্তু এটাৰ বেগ শব্দৰ বেগৰ আধা হ’লে সেই বস্তুটোৰ মেক সংখ্যা কিমান?

110. কোনো গেছীয় মাধ্যমত শব্দৰ বেগ

111. সমদ্ৰুতিত গতি কৰা বস্তু এটাৰ বেগ সলনি হ’ব পাৰে নে

112. সমান্তৰালকৈ ৰখা দুখন দাপোণৰ মাজত লক্ষ্য বস্তু এটা ৰাখিলে কিমানটা প্ৰতিবিশ্ব গঠিত হ'ব?

113. তলতদিয়া বেটাৰি আৰু একে ব্যাসাৰ্ধৰ কুণ্ডলীৰে বিদ্যুৎ চুম্বক প্রস্তুত কৰিব পাৰি, কোনটো সংযোগত আটাইতকৈ অধিক শক্তিশাল চুম্বক উৎপন্ন হ‘ব?

114. চোৰ এটাই পলাবৰ বাবে বাকচ এটা লৈ অট্টালিকা এটাৰ চালৰপৰা মাটিলৈ জাপ মাৰিছে। নামি থকা সময়ত বাকচটোৰ আপাত ওজন

115. 1/2 মিনিট সময় ধৰি 220 ওম ৰোধৰ বাল্ব এটা 220 ভ'ল্ট লাইনত সংযোগ কৰি ব্যৱহাৰ কৰিলে কিমান বৈদ্যুতিক শক্তি খৰছ হয়?

116. বল আৰু দৈৰ্ঘ্যৰ মাজত যোগ, বিয়োগ বা পূৰণ কৰিব পাৰি নে

117. ৰোধাংকৰ একক কি?

118. সমান্তৰাল সজ্জাত সংযুক্ত দুটা বা ততোধিক ৰোধৰ সমতুল্য ৰোধ সদায়

119. অৱতল দাপোণত অসৎ, থিয় আৰু পৰিবৰ্দ্ধিত প্রতিবিম্ব গঠিত হ’ব পাৰে নে?

120. এটা ঘড়ীত দুই বাজি দহ মিনিট যোৱা মুহুৰ্তত ঘড়ীটোৰ ঘণ্টাৰ কাটা আৰু মিনিটৰ কাটাৰ মাজত উৎপন্ন হোৱা কোণ প্ৰায় কিমান

121. অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী। তলৰ কোনটো অধাতু বিদ্যুতৰ সুপৰিবাহী

122. তলৰ কোনটো ধাতুৱে পানী আৰু অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে

123. যিংকে তলৰ কোনটোৰ পৰা কপাৰ ধাতু অপসাৰিত কৰিব

124. মেগনেছিয়ামৰ ফিটা এডাল জ্বলালে সৃষ্টি হোৱা ছাইখিনি

125. n CH₂ = CH₂ —> (− CH₂−CH₂ −)n এই বিক্ৰিয়াৰ ইথিন তলৰ কোনটোৰ লগত জড়িত

126. বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়?

127. লেভয়ছিয়েৰৰ ভৰৰ নিত্যতাৰ সূত্ৰ কোনটো বিক্ৰিয়াৰ বাবে প্ৰযোজ্য নহয়

128. বেটাৰী আৰু বাল্বৰে বনােৱা টেষ্টাৰ এটাত সংযােজিত কৰিলে কোনটো পদাৰ্থত লাইটটো জ্বলি উঠিব?

129. পাটৰ দৰে জিলিকনি থকা উদ্ভিদৰ পৰা আহৰণ কৰা এবিধ আঁহ হৈছে

130. বায়ু প্ৰদূষণ ৰােধ কৰাৰ উত্তম পন্থা হ’ব

131. Na₂CO₃ ৰ জলীয় দ্ৰৱৰ প্ৰকৃতি হৈছে

132. নিম্নোক্ত কোনটো দ্ৰৱৰ মাজেৰে বিদ্যুত পৰিবহণ নহ'ব

133. হীৰা, ৰবৰ, প্লাষ্টিক আদি পদার্থবােৰ বিদ্যুতৰ

134. এমিবীয়া গ্রহণীৰ কাৰণ হ'ল

135. HOCI, HOCIO, HOCIO₂ আৰু HOCIO₃ ৰ ভিতৰত আটাইতকৈ তীব্ৰ অন্নটো হৈছে

136. দুটা সংখ্যাৰ লঃসাঃগুঃ 84, গঃসাঃগুঃ 8, তাৰে এটা সংখ্যা 16 হ’লে আনটো কিমান?

137. কোনো এক মূলধন সৰল সূতত 3 বছৰত 448.00 টকা হ'লগৈ। যদি সূতৰ হাৰ 4% হয়, তেন্তে মূলধন হ'ব

138. তলৰ কোনটো শুদ্ধ

139. 10 জন শ্ৰমিকে এটা কাম 20 দিনত কৰে, 20 জন শ্ৰমিকে সেই কামটো কেই দিনত কৰিব?

140. 24 জন বনুৱাই এটা পুখুৰী 30 দিনত খান্দিব পাৰে। সেই একেটা পুখুৰী 10 দিনত খান্দিবলৈ কিমানজন বনুৱাৰ প্রয়োজন হ'ব?

141. যাদি 6, 8, 5, x আৰু 4 ৰ মাধ্য 7 হয় তেন্তে x ৰ মান হ'ব

142. দুটা সমান্তৰাল সৰলৰেখাই পৰস্পৰক কমপক্ষে কেইটা বিন্দুত ছেদ কৰিব পাৰি?

143. এখন চাইকেলৰ গতিবেগ 18 কিলোমিটাৰ প্ৰতি ঘণ্টাত হ’লে প্ৰতি ছেকেণ্ডত তাৰ গতিবেগ কিমান হ’ব?

144. তলৰ কোনটো সংখ্যা 3 ৰ শুণিতক নহয়

145. 0.009 x 0.009 ÷ 0.009 ৰ মান কিমান?

146. যদি 75 টা সংখ্যাৰ মাধ্য 35 হয় আৰু প্রতিটো সংখ্যাক 4 ৰে পূৰণ কৰিলে নতুন মাধামান হ'ব

147. কোনো এটা বস্তু পাচঁশ টকাত কিনি এহেজাৰ টকাত বেচিলে কিমান শতাংশ লাভ বা লোকচান হ’ব?

148. এটা আয়তৰ দীঘ (6x + 4) ছেঃ মিঃ, প্ৰস্থ x ছেঃ মিঃ আৰু পৰিসীমা 64 ছেঃ মিঃ হ'লে আয়তটোৰ কৰ্ণৰ দৈৰ্ঘ কিমান?

149. এডাল বাঁহ 0.4 ভাগ পানীত, 0.5 ভাগ বোকাত আৰু 7 মিটাৰ পানীৰ ওপৰত আছে বাঁহটো কিমান দীঘল?

150. জিতুয়ে ইংৰাজী, গণিত আৰু বিজ্ঞানত পোৱা গড় নস্বৰ 64। যদি ইংৰাজী আৰু বিজ্ঞানত পোৱা নস্বৰ ক্ৰমে 58 আৰু 60 হয়, তেন্তে গণিতত পোৱা নম্বৰ হ'ব