Assam TET Mock Test For UP Arts
1. অসমীয়া ভাষাত বৰ্তমানে নিমিত্ত অৰ্থত প্রয়োগ হোৱা বিভক্তিটো কি?

2. স্পিয়েৰমেন এগৰাকী মনোবিদ আছিল

3. জম্বু আৰু কাশ্মীৰৰ চৰকাৰী ভাষা হল-

4. তলৰ কোনটো কেন্দ্রীয় বেংকৰ কাৰ্যৰ অন্তৰ্গত নহয়

5. কোচ ৰাজ্য বিভাজন কৰি প্ৰথমে কোনে নতুন ৰাজ্য পাতিছিল?

6. তলৰ কোনটো নিদিষ্টতাবাচক প্ৰত্যয় ?

7. আধুনিক মানৱৰ সৃষ্টি হৈছিল

8. তলৰ কোনটো নতুন বন নীতি, ১৯৮৮ৰ উদ্দেশ্য নাছিল

9. তলৰ সন্ধিবোৰ বৰ্ণাগম হোৱা সন্ধি কোনটো?

10. অসমীয়া ভাষাৰ ব্যঞ্জনবৰ্ণ ৰ সংখ্যা কেইটা ?

11. ইউৰােপৰ আছ পবত হল

12. The Framework in Indian Economics ৰ লিখক

13. তলত দিয়া সন্ধিবোৰৰ নিপাতন কোনটো শুদ্ধ হৈছে

14. একনায়কত্ববাদত কেইজনৰ হাতত ক্ষমতা ন্যস্ত থাকে?

15. অর্থবিজ্ঞানত মূল্য বুলিলে তলৰ কোনটোক বুজায়?

16. এজন গায়কৰ সংগীতৰ প্রতি থকা আগ্রৰহক ক’ব পাৰি

17. অসমীয়াত অনুজ্ঞাৰ পুৰুষ আৰু কাল কেইটা?

18. কৈশোৰ কালক ধুমুহা আৰু পীড়নৰ সময় বলি অভিহিত কৰিছিল

19. He was sitting with his back _____ me

20. 'জোনাকী' কাকত উলিওৱাৰ ক্ষেত্ৰত তলৰ কোনজন ব্যক্তিয়ে বেজবৰুৱাৰ সৈতে সহযোগ কৰিছিল?

21. জন শিক্ষকৰ কাম হৈছে -

22. স্প্ৰেংগাৰৰ মতে শিল্পী, সাহিত্যিক, কবি, নাট্যকাৰ আদি লোক সকলক শ্ৰেণী বিভাজনত অন্তৰ্ভুক্ত কৰিছে

23. তলত দিয়া কোনটো শব্দ আগত থাকিলে পাছৰ শব্দৰ ন মুৰ্দ্ধন্য ণ হয়

24. সন্তানৰ জৈৱিক অস্তিত্ব গঢ়ি উঠে -

25. _____ the given diagram, We can see the black box.

26. The doctor advised the patient not to eat rice.

27. অর্থবিজ্ঞানত উপযােগিতা বুলিলে তলৰ কোনটোক বুজায়?

28. Two children and one adult … in a fire last night.

29. 'গুণমালা' পুথিৰ আধাৰ গ্ৰন্থকি?

30. উদৰ প্ৰধান, কায়প্ৰধান আৰু মস্তিষ্কপ্ৰধান নামৰ তিনি শ্ৰেণীৰ ব্যক্তিত্বৰ বৰ্ণনা আগবঢ়াইছিল

31. তলৰ কোনখন গ্ৰন্থৰ মাধৱদেৱৰ ৰচনা নোহোৱাৰ পক্ষে যুক্তি প্ৰবল?

32. প্রথম মােৱামৰীয়া বিদ্রোহ কাৰ দিনত হৈছিল?

33. তলৰ কোনখন ৰাজ্যত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা অধিক

34. It dangerous to enter ___________ the enemy's camp.

35. জৈন ধৰ্মৰ শেষৰগৰাকী তীর্থংকৰ আছিল

36. দুটা স্ত্ৰী লিঙ্গ ৰূপ থকা শব্দ এটা হ’ল ---

37. কি সন্ধি ভাঙিব নোৱাৰি

38. প্রস্তাৱনাক কোনে ৰাজনৈতিক জন্মপত্রিকা বুলি কৈছিল?

39. সংবিধানৰ কোন নং অনুচ্ছেদত শােষণৰ বিৰুদ্ধে অধিকাৰ সন্নিবিষ্ট আছে

40. ২০০০ চনৰ মতে ইউৰােপৰ মুঠ জনসংখ্যা হল

41. উত্তৰ-পূৱ পৰিষদ (NEC) কিমান চনত গঠন হয়?

42. অসমত স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোৱা হয়

43. _______ of my friends help me in my distress.

44. পুৰুষবাচক বিভক্তিবোৰ সদায় একবচনাত্মক

45. "দোঙা" তলৰ কোনটো শব্দৰ লগত সঙ্গত হ’ব?

46. প্রস্তাৱনাক কোনে ৰাজনৈতিক জন্মপত্রিকা বুলি কৈছিল?

47. জুলীয়া বস্তুৰ পৰিমাণবাচক প্ৰত্যয় হ’ল

48. গঠন হোৱা অভ্যাসক পৰিত্যাগ কৰিবলৈ

49. ষষ্ঠী বিভক্তিযুক্ত শব্দক কোনে কাৰক নহয় বুলি কৈছে?

50. সমকামিতাৰ কাল বুলি কোৱা হয়-

51. এছিয়া মহাদেশৰ উপকূল ৰেখাৰ মুঠ দৈর্ঘ্য হ'ল

52. মৌর্য বংশৰ ৰাজত্বকালত দেশত কি ভাষা প্রচলিত আছিল

53. The father was anxious __________ the safety of his daughter.

54. তলৰ কোনটো নিদানমুলক শিক্ষাৰ শ্লোগান ?

55. ৰংঘৰ পকী কৰি সজাইছিল

56. চৰিত পুথিমতে মাধৱদেৱ ৰচিত কি কবিতা পঢ়ি শংকৰদেৱ অভিভূত হৈছিল? লৈয়া যায়

57. কাৰ ৰাজহ্বালৰ পৰা ব্রাহ্মণ্য ধর্মই আহােম ৰাজসভাত স্থান পায়?

58. “ব্যক্তিৰ জন্মগত, স্বাভাৱিক আৰু অভিজ্ঞতাৰ দ্বাৰা আৰ্জিত প্রবৃত্তি, প্ৰেৰণা, হেঁপাহ, অনুভূতি, আশা, আকাঙ্খা, প্ৰৱণতা আদিৰ সমষ্টিয়েই ব্যক্তিত্ব" উক্তিটো আছিল

59. মন্ত্রী পৰিষদ কাৰ আস্থাৰ ওপৰত জীয়াই থাকে?

60. নাইকা উৎপাদনত বিশ্বৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান