Assam TET Mock Test For UP Arts 150 Marks
1. He refused _____ accept appointment letter.

2. I’m really tired today. I ________ (do) my exercises tomorrow.

3. A good judge never jumps _________ the conclusion.

4. There is no exception -------- this rule.

5. My father has ________ me to talk to you. (to forbid)

6. Ramesh is sitting _____ of the laptop

7. The invigilator was reading out the instructions.

8. The Moon is a barren, rocky world _____ air and water

9. Mr. Jones planning to retire. He _____ at Bow Valley College for a long time.

10. You must be back ___ four o'clock.

11. Their tragic experience in the recent past provides an index __________ the state of lawlessness in this region.

12. I have invested a lot of money ________ farming.

13. By the time I get home, my wife ________ (eat) the whole cake.

14. Are there ______ oranges left in the basket ?

15. He’s not happy because his brother … his computer.

16. Tomorrow I ________ all day.

17. She … the piano very well.

18. There isn't __________ furniture in this room.

19. If I watch this episode again, I ________it three times.

20. The mother was anxious -------- the safety of her son.

21. Meena wants __________ milk.

22. I … my exercise because I didn’t understand the questions.

23. I remember my sister taking me to the museum.

24. A steady mind triumphs ------ difficulties.

25. Those people ________ towards the library.

26. Do you imitate others?

27. ______ to me?

28. The teacher has given us __________________ useful advice.

29. There ___________ lots of hidden feelings and emotions behind every faces.

30. If you get a haircut, you ________ much better.

31. অসমীয়াত কৰণ-কাৰকত কি বিভক্তিৰ প্ৰয়োগ হোৱা বুলি কোৱা হয়?

32. তলৰ সন্ধিৰ বিশ্লেষণৰ কোনটো শুদ্ধ ?

33. অনুস্বাৰ আৰু বিসৰ্গক কি বৰ্ণ বোলে?

34. ধ্বনিবোৰ কেনেকৈ উচ্চাৰণ কৰিব লাগে

35. ৰুছোই মানব জীৱনক কেইটা ভাগত ভাগ কৰিছে ?

36. তলৰ কোনটো শব্দ শুদ্ধ লিখা

37. 'মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ' গ্ৰস্থৰ প্ৰণেতা হ’ল

38. "নামঘোষাই অসমীয়া জাতীয় সাহিত্যত গীতা, উপনিষদ আদিৰ ঠাই অধিকাৰ কৰি আছে" এইষাৰ কাৰ উক্তি ?

39. 'ফুলৰ চানেকী' হৈছে পদ্মনাথ গোহাঞি বৰুৱাৰ

40. নতুন শিক্ষানীতি কিমান চনত সংসদত অনুমোদিত হয় ?

41. অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

42. হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰুপৰ ৰজা কোন আছিল?

43. তালব্য বৰ্ণ কোনটো?

44. কোনটো শব্দত 'দিয়েক’ প্ৰত্যয়টো সঙ্গত হৈছে?

45. সংস্কৃত ভাষাত স্ত্ৰী প্ৰত্যয় কেইটা?

46. মাধৱদেৱৰ ভনীয়েকৰ নাম কি আছিল?

47. অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

48. তলৰ শব্দ কেইটাৰ কোনটোৰ বানান অশুদ্ধ ?

49. মানুহজন বৰ হাত দীঘল - এই বাক্যটোৰ অৰ্থ কি?

50. তলৰ কোনটো শব্দৰ পুংলিঙ্গ-স্ত্ৰীলিঙ্গ বুজাবলৈ আগত বেলেগ বেলেগ শব্দৰ প্ৰয়োগ হয়?

51. দুৰ উপসৰ্গৰ বাহিৰে আন উপসৰ্গৰ ৰ ৰ পাছত থকা নম আৰু নী ধাতুৰ মুৰ্দ্ধন্য ণ হয় । ইয়াৰ উদাহৰণ হল

52. গুণ বুজোৱা আ কাৰান্ত শব্দত স্ত্ৰী লিঙ্গত কি প্ৰত্যয় হয়

53. তলৰ কোনটো প্ৰত্যয়ে পৰিমাণ বুজায়?

54. বিজ্ঞান আৰু ব্যাকৰণৰ নিয়ম-নীতি শিকাবৰ বাবে উৎকৃষ্ট পদ্ধতি কি ?

55. সুকীয়া উচ্চাৰণ নথকা বৰ্ণ বুলিলে কাক বুজায়

56. 'ষড়ান'’ শব্দটোৰ শুদ্ধ ৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?

57. হেম বৰুৱাই কোনখন কাকতত কাব্যজীৱন আৰম্ভকৰে ?

58. তলৰ সন্ধিবোৰৰ কোনটো সন্ধি শুদ্ধ?

59. অ.ভা.উ.সা. সভাৰ এজন প্ৰধান উপদেষ্টা কোন?

60. কাল কেইবিধ?

61. সমূহ কাৰক বা অল্পসংখ্যক ৰাজতন্ত্ৰবাদী তত্বৰ আৱিস্কাৰক আছিল

62. শিশুৰ মানসিক বিকাশৰ প্ৰাৰম্ভিক পৰ্যায় বুলি ক’ব পাৰি

63. শিশুৱে ডাঙৰসকলক অধিক প্রশ্ন সুধি ব্যতিব্যস্ত কৰি তোলে

64. শৈশৱ আৰু কৈশোৰ কালত কেনেকৈ শিশুৰ বুদ্ধিৰ বিকাশ ঘটে সেই বিষয়ে তত্ব আগবঢ়োৱা সকলৰ ভিতৰত অন্যতম আছিল

65. তালৰ কোনটো অন্তৰ্মুখী ব্যক্তিত্বৰ বৈশিষ্ট্য নহয়

66. ব্যক্তি বিভিন্নতাৰ ওপৰত ধাৰণা অতি সুস্পষ্ট হোৱাটো নিতান্তই প্রয়োজনীয়

67. এটা বয়সত নৈতিক আৰু আদর্শগত হোৱাটো কঠিন-

68. শিক্ষণৰ সময়ত তুমি এটা বিষয় কেনেকৈ মনোগ্রাহী কৰিবা ?

69. অভাসজনিত কাম সমুহ

70. বুদ্ধিৰ অৰাজক বা বহুকাৰক তত্বৰ আৱিস্কাৰ কৰিছিল

71. মনোবিদ ৰাইবাৰ্ণৰ মতে দৈহিক বিকাশৰ পৰ্যায় হ'ল

72. হিপ'ক্ৰেটিছৰ মতে ব্যক্তিত্বৰ শ্ৰেণী বিভাগ হ’ল

73. বাল্যকালৰ লগত জড়িত শিক্ষা ব্যৱস্থা হ’ল

74. স্কুলত নির্বাচন পতা উচিত, কাৰণ-

75. বিমেৰ বুদ্ধি পৰীক্ষাৰ তৃতীয় সংস্কৰণ প্রকাশ হৈছিল

76. Personality শব্দটো আহিছিল

77. অভ্যাসজনিত কামত

78. একে বয়সৰ এজন ল’ৰা আৰু এজনী ছোৱালীক যদি নিৰীক্ষণ কৰা হয় দেখা যাব, ছোৱালীজনী আগবঢ়া

79. Educare শব্দটোৰ অর্থ হ'ল-

80. কৈশোৰ কালত প্ৰজনন ক্ষমতা লাভ কৰে বাবেই ল’ৰা-ছোৱালীৰ যৌন প্ৰবৃত্তি হয়

81. শিশুৰ বুদ্ধি বৃত্তি, অভিৰুচি, ব্যক্তিত্ব আৰু চৰিত্ৰৰ মাজত পাৰ্থক্য থকাটো আঙুলিয়াই দিয়ে

82. ৰেমণ্টৰ মতে, কেঁচুৱা কাল (Babyhood) হ’ল

83. Zoological Philosophy ৰ ৰচক-

84. শিশুৰ কণ্ঠত ধ্বনিৰ স্পষ্টতা প্রকাশ পায়

85. এটা শিশুৰ ভাষিক বিকাশত সমস্যাৰ সৃষ্টি হ’ব পাৰে, যদিহে শিশুটো জন্মতে

86. ব্যক্তিয়ে তেওঁৰ পৰিৱেশ আৰু পৰিস্থিতিৰ লগত দৈহিক আৰু মানসিক ভাৱে নিজকে খাপ খুৱাই চলিব পৰাকে

87. শৰীৰৰ মাজ অংশৰ পেট আৰু কঁকাল অধিক স্ফীত আৰু সমাজপ্ৰিয়, ভোজনপ্ৰিয়, নিদ্ৰাপ্ৰিয়, আৰামপ্ৰিয় ব্যক্তিসকল হ'ল

88. বিকাশ আৰু উন্নয়ণ কোনটো কাৰকৰ ওপৰত নির্ভৰশীল ?

89. শিক্ষাবিদ ৰাইবাৰ্ণৰ মতে মানুহৰ বিকাশৰ কোনখিনি সময়ক “মানসিক বিকাশ পৰ্যায়” হিচাপে ধৰা হয়

90. বুদ্ধিৰ দ্বি-কাৰক বা সাৰগ্ৰাহী তত্বৰ উদ্ভাৱক আছিল

91. বুদ্ধৰ মতে কিহৰ দ্বাৰা ‘নির্বাণ লাভ কৰিব পাৰি

92. মহাবীৰৰ মহাপ্রয়াণ ঘটিছিল

93. পুন্দ্ৰবর্ধনত ২০৫ জন ব্রাহ্মণক মাটি দান কৰি অশ্বমেধ যজ্ঞ সমাপন কৰা বৰ্মন বংশৰ ৰজাজন আছিল

94. শৰীৰত উঠা উৎসব’ কোনজন ৰজাৰ দিনৰ পৰা আৰম্ভ হয়?

95. মহাবীৰে জন্মলাভ ৰা গাঁওখনৰ নাম আছিল

96. বর্মন বংশৰ সৰ্বশ্রেষ্ঠ ৰজাজন কোন আছিল?

97. জৈন ধৰ্মৰ চাৰিটা বিধান বা নীতিক একেলগে কোৱা হয়

98. ইণ্ডিকা’ নামৰ গ্ৰন্থখনৰ ৰচক আছিল

99. প্রথম মােৱামৰীয়া বিদ্রোহ কাৰ দিনত হৈছিল?

100. আদিম মানৱে দলবান্ধি ফুৰাৰ কাৰণৰ ভিতৰত তলৰ কোনটো নহয়?

101. সিন্ধু সভ্যতাক তলত দিয়া কোনটো নামেৰে জনা যায়?

102. শেল আৰু ধনুকাঁড়ৰ প্রথম প্রয়ােগ কেতিয়া হৈছিল?

103. কালিকাপুৰাণ কেতিয়া ৰচিত হৈছিল?

104. সতী সাধনী কোন আছিল ?

105. কিংবদন্তি মতে ভগদত্তৰ জীয়েক ভানুমতীক বিয়া কৰাইছিল

106. কি ব্যৱস্থাৰ যােগেদি জনগণে সর্বোচ্চ ক্ষমতা প্রয়ােগ কৰিব পাৰে?

107. ভাৰতৰ নাগৰিকত্বৰ মূল বৈশিষ্ট্য কি?

108. পৌৰসভাৰ সদস্যসকলক কি কয়?

109. পৌৰসভাৰ সর্বনিম্ন সদস্য কিমান?

110. ন্যায়পালিকাৰ স্বাধীনতা বুলিলে কি বুজা?

111. কিমানতম সংশােধনীৰ যােগেদি সম্পত্তিৰ অধিকাৰ সংবিধানৰ পৰা বিলােপ কৰা হয়?

112. চৰকাৰৰ মুখপাত্র কাক কোৱা হয় ?

113. পৌৰ নিগমত কিমানখন স্থায়ী সমিতি আছে?

114. কিমানতম সংশােধনীৰ যােগেদি সমাজবাদ শব্দটো প্ৰস্তাৱনাত সংযােজন কৰা হয়?

115. বর্তমান মৌলিক অধিকাৰ কিমানটা?

116. নগৰ সমিতি কোনবােৰ পৌৰ এলেকাত স্থাপন কৰা হয়?

117. ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে?

118. আঞ্চলিক পঞ্চায়তৰ সমষ্টি কিদৰে নিৰ্ধাৰণ কৰা হয় ?

119. গাঁও পঞ্চায়ত এলেকাত কিমান জনসংখ্যা থাকিব লাগে?

120. মন্ত্রী পৰিষদক পদচ্যুত কৰিব লাগিলে লােকসভাৰ কিমান সদস্যৰ সন্মতিৰ প্রয়ােজন?

121. মানৱ মূলধনৰ উৎস হল

122. মুদ্ৰাৰ কার্য হিচাপে তলৰ কোনটোক গণ্য কৰিব নােৱাৰি?

123. উপ-স্বাভাৱিক দাম নিৰ্ধাৰণ কৰােতে ব্যৱহাৰ হােৱা যােগান ৰেখাৰ পৰিৱৰ্তন কৰিব পাৰি কেৱল

124. তলৰ কোনটো কেন্দ্রীয় বেংকৰ কাৰ্যৰ অন্তৰ্গত নহয়

125. তলৰ কোনজন অর্থনীতিবিদৰ মতে অর্থবিজ্ঞান নিৰপেক্ষ বিজ্ঞান?

126. তলৰ কোনটো ব্যষ্টিবাদী অর্থবিজ্ঞানৰ বিষয়বস্তু নহয় ?

127. তলৰ কোনটো ভাৰতৰ আমদানি বৃদ্ধিৰ কাৰণ নহয়?

128. এছিয়াত মৎস্য উৎপাদনত জাপানে ৪৩ শতাংশ যােগান ধৰাৰ বিপৰীতে ভাৰতে যােগান ধৰে মাত্র

129. অর্থনৈতিক উন্নয়নৰ কাৰণে অপৰিহাৰ্য

130. ৰাষ্ট্ৰীয় গ্রাম্য নিয়োেগ আঁচনি’কোনখন পৰিকল্পনাত গ্ৰহণ কৰা হৈছিল

131. ভাৰতবৰ্ষৰ কেন্দ্ৰীয় পৰিসাংখ্যিক সংগঠন (CSO)গঠন হয়

132. পাইকাৰী বজাৰৰ বিক্রেতাই কোনবিধ ব্যয় বহন কৰিবলগীয়াত নপৰে?

133. তলৰ কোনটো উপাদানৰ ওপৰত বজাৰৰ পৰিসৰ নিৰ্ভৰ নকৰে?

134. একচেটিয়া বজাৰৰ বৈশিষ্ট্য হিচাপে তলৰ কোনটো প্রযােজ্য নহয় ?

135. মন্দাৱস্থাৰ সময়ত দেশৰ অর্থনীতিক উদ্ধাৰ কৰাৰ প্রধান উপায় হল

136. পৃথিৱীৰ যমজ বুলি কোৱা গ্ৰহটো হ'ল

137. গুৱাহাটীৰ ____ ত কফি প্রস্তুত কেন্দ্ৰ আছে

138. অসমৰ প্রায় ______ জন লোক কৃষিজীৱী

139. ৰকি পর্বতমালা হল

140. ১৮৪৬ চনত ফৰাচী বিজ্ঞানী গণিতজ্ঞ উৰবেইন লেভেৰিয়াৰে আৱিষ্কাৰ কৰা গ্ৰহটো হ'ল

141. পৃথিৱীৰ বৃহত্তম মহাসাগৰখন হ'ল

142. _____ তৈলক্ষেত্ৰ ভাৰতৰ ভিতৰত দ্বিতীয় বৃহৎ তৈলক্ষেত্ৰ

143. পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা অঞ্চল

144. উজনি অসমৰ _____ চাহ গৱেষণা কেন্দ্ৰ আছে

145. পৃথিৱীৰ সৰ্ববৃহৎ বদ্বীপ হৈছে

146. পৃথিৱীৰ ভিতৰত সর্বাধিক দীঘল নৈ হ’ল

147. এভাৰেষ্ট শৃংগৰ উচ্চতা হল

148. ভাৰতবৰ্ষৰ ঘেঁহুৰ ভঁৰাল হ’ল

149. ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ’ল

150. অসমৰ প্রথম তেল শোধনাগাৰটো হ’ল