Assam TET 2019 Mock Test
1. পাটৰ দৰে জিলিকনি থকা উদ্ভিদৰ পৰা আহৰণ কৰা এবিধ আঁহ হৈছে

2. শৰীৰত অতিমাত্রা কার্বন-মন’ক্সাইডৰ কাৰণে উৎপাদিত পদার্থবিধ হ’ল

3. গৰ্ভাশয়ৰ পৰা সৃষ্টি হোৱা ফল হৈছে

4. তলৰ অম্নসমূহৰ কোনটো জৈৱ অম্ন

5. অ'জন স্তৰ অৱক্ষয়ৰ মূল কাৰণ হ'ল

6. আটাইতকৈ ওখ সপুষ্পক উদ্ভিদ হ'ল

7. পোন প্রথমে চিনাক্ত হোৱা ভাইৰাছবিধ হৈছে

8. গছৰ পাতৰ পৰা পচনসাৰ প্রস্তুতি এটা

9. তলৰ কোনটো অক্সিএচিড

10. শুৱালকুছি কোনবিধ বস্ত্র-উদ্যোগৰ বাবে বিখ্যাত

11. এক মিটাৰত কিমান মিলিমিটাৰ

12. ছালফাৰ ডাই-অক্সাইড পানীত দ্ৰৱীভূত কৰিলে উৎপন্ন হোৱা পদাৰ্থবিধ হ’ল

13. তলৰ কোনটোৰ ক্ষেত্রত গেলুছাকৰ গেছীয় আয়তনৰ সূত্ৰ প্ৰযোজ্য

14. তলত দিয়া ৰাশিবোৰৰ ভিতৰত কোনটো ৰাশি ভেক্টৰ নহয়

15. দস্তালেপনত ব্যবহৃত ধাতুটো হ’ল

16. স্ফটিকীকৰণ জলযুক্ত এটা লৱণ হৈছে ?

17. ভাৰতৰ প্রথমজন মহাকাশচাৰী যোৱা যানখনৰ নাম কি আছিল

18. কিছুমান দ্ৰৱৰ মাজেৰে বিদ্যুতচালনাৰ কাৰণ

19. এটা ব্ৰ'মাইড লৱণ গাঢ় H₂SO₄ ৰ লগত উত্তাপিত কৰাত ৰঙচুৱা মুগা ৰঙৰ গেছ এটা ওলাল। গেছটো হৈছে

20. বিদ্যুতচালনাৰ দ্বাৰা ৰাসায়নিক ক্রিয়া সংঘটিত কৰোতে নিম্নোক্ত কোনটো প্রক্রিয়া পৰিলক্ষিত নহয়

21. কোষাংগসমূহৰ কোনটোক “আত্মঘাতী মোনা” বোলা হয়?

22. কোষ কোনে আৱিস্কাৰ কৰিছিল ?

23. পানীত থকা মাছ এটাৰ আপাত গভীৰতা

24. মিঠাইৰ ওপৰত সাজ-সজ্জাৰ বাবে ব্যৱহৃত ধাতুৰ সৰু পাতল পাতবোৰ হ'ল

25. শব্দ তৰংগৰ প্রকৃতি কি ধৰণৰ?

26. কুঁৱলী ধােৱাৰ লগত লগলাগি গঠন কৰা প্ৰদূষিকবিধ হ'ল

27. বায়ুশূন্য মাধ্যমৰ মাজেদি

28. সৰণ আৰু সময়ৰ মাজত অঁকা বক্ৰৰেখাৰ যিকোনো বিন্দুত টনা স্পৰ্শকৰ নতিৰ দ্বাৰা সেই বিন্দু সাপেক্ষে কি জোখা হয়

29. তলৰ কোনটো সংকৰ ধাতুত মার্কাৰী থাকে

30. ক’পাৰ ছালফেটৰ দ্ৰৱ তলৰ কোনটো ধাতুৰ পাত্ৰত ৰাখিব পৰা যাব