Political Science Mock Test
1. মূল সংবিধানত প্ৰথমতে মৌলিক অধিকাৰ কেইটা আছিল?

2. Constitution শব্দটো কোন ভাষাৰ পৰা আহিছে?

3. ১৯৯৪ চনত কিমান ধাৰাত গাঁও পঞ্চায়তৰ কাৰ্যসমূহ বর্ণনা কৰা আছে?

4. ভাৰতত কেই বছৰৰ মূৰে মূৰে সাধাৰণ নির্বাচন অনুষ্ঠিত হয় ?

5. The Governor of a state is a

6. সংসদীয় চৰকাৰত প্রধানমন্ত্রী আৰু মন্ত্রী পৰিষদৰ স্থান কি?

7. The Constitution of India consists of

8. কেইজনমানে শাসন কৰা চৰকাৰ স্বাভাৱিক ৰূপটো কি?

9. উপৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ৰাজ্যসভাত কোনে সভাপতিত্ব কৰে?

10. 42nd amendment Act was adopted by the Parliament in

11. The age to exercise franchise was reduced from 21 years to 18 years by

12. The power of the Supreme Court can be enlarged by

13. Freedom of expression is included in the article

14. The innovative scheme of the government of Assam under the brand name “Amar Dukan” is being run by which of the following department?

15. National Integration Council reflects the ----------------- nature of the Indian Federal system

16. Periodic elections to the local bodies are made mandatory by

17. ৰাজ্যপালক কোনে স্থানান্তৰ কৰিব পাৰে?

18. All speeches made in the House of People are addressed to

19. কিমান তম সংশােধনীৰ যােগেদি ধর্মনিৰপেক্ষ শব্দটো প্ৰস্তাৱনাত সংযােজন কৰা হয়?

20. In India the Council of state is responsible to

21. সংবিধানৰ কিমান তম সংশােধনীৰ যােগেদি সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ শব্দকেইটা সংযােজন কৰা হৈছিল

22. The power of the President to consult the Supreme Court is under Article

23. The classification of government as unitary and federal is on the basis of

24. জিলা পৰিষদৰ ২০১১ চনৰ সংশােধনী মতে অনসচীত জe আর জনজাতি মহিলাৰ কাৰণে কিমান আসন সংৰক্ষণ থাকিব লাগে?

25. ভাৰতৰ প্ৰধানমন্ত্রীক কোনে নিযুক্তি দিয়ে?

26. Which Article of the Constitution of India deals with the Fundamental Duties

27. ৰাজ্যিক জৰুৰী অৱস্থা ঘােষণাৰ লগে লগে ৰাজ্যত প্রকৃত ক্ষমতাৰ অধিকাৰী কোন হয়?

28. Article 19 of the Constitution of India contains

29. ”India that is Bharat shall be a union of states”. From which Constitution was adopted the words “union of states”?

30. Who said “the Preamble is the key to the Constitution”