Assam TET 2019 Mock Test
1. সূৰ্য্যৰ পৃষ্ঠভাগৰ উষ্ণতা কিমান?

2. কি কাৰণে বস্তু এটাই গতি লাভ কৰে

3. কাঁচৰ আপেক্ষিক প্ৰৱেশ্যতা বায়ুতকৈ

4. ভাৰতৰ প্রথমজন মহাকাশচাৰী যোৱা যানখনৰ নাম কি আছিল

5. বন্দুকেৰে গুলী মাৰিলে কি কাৰণে বন্দুকটোত এটা পিচমুৱা হেঁচা পৰে

6. 4 কি.গ্ৰা. ভৰৰ বস্তু এটাত বল প্রয়োগ কৰাৰ ফলত ত্বৰণ হৈছে 1.5 মি./ছে.² প্রয়োগ কৰা বলৰ মান কি

7. স্থিৰ বৈদ্যুতিক আধান

8. অনুপ্ৰস্থ তৰংগৰ এটা শীৰ্ষবিন্দু আৰু নিকটতম খাদৰ মাজত দূৰত্ব কিমান?

9. এটা সমবেগত গতি কৰা থকা বস্তুৰ দ্ৰুতি সলনি হৈ থাকিব পাৰে নে

10. দ্ৰুতি কম বেছি নকৰাকৈ বস্তু এটা ত্বৰিত কৰিব পাৰি নে

11. একে উষ্ণতাত সমান ৰোধ বিশিষ্ট দুডাল তামৰ তাঁৰৰ দৈৰ্ঘ্যৰ অনুপাত যদি 1 : 2 হয়, ব্যাসৰ অনুপাত কিমান হ’ব?

12. গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যাসাৰ্দ্ধ 20 ছেমি. হ’লে নাভি দৈৰ্ঘ্য কিমান ছে.মি. হ'ব?

13. 4 কি.গ্ৰা. ভৰৰ বস্তু এটা স্থিৰ অৱস্থাত আছে। বস্তুটোৰ গাত 6 নিউটন বল প্রয়োগ কৰাৰ 4 ছেকেণ্ড পিছত বেগ কিমান হ'ব

14. অনুপ্ৰস্থ তৰংগৰ দুটা নিকটতম সংনমনৰ মাজৰ দূৰত্ব হৈছে

15. ঘন মাধ্যম এটাত পোহৰৰ বেগ পাতল মাধ্যম এটাৰ তুলনাত

16. কি চৰ্তত বস্তু এটাই অতিক্ৰম কৰা দূৰত্ব সৰণৰ সমান হয়

17. ষ্টাৰ্ট দি চলোৱাৰ পিছত গাড়ী এখন

18. অনুপ্ৰস্থ তৰংগৰ দুটা নিকটতম শীৰ্ষবিন্দুৰ মাজৰ দূৰত্ব হৈছে

19. তলত দিয়া কোনটো বিসদৃশ?

20. এজন মানুহে পূৱলৈ 20 মিটাৰ গৈ দক্ষিণলৈ 10 মিটাৰ গৈছে আৰু তাৰপিছত পশ্চিমলৈ 10 মিটাৰ হোৱাৰ পিছত আৰম্ভনী অৱস্থানৰপৰা তেওঁৰ দূৰত্ব কিমান হ’ব

21. অসত প্ৰতিবিম্ব

22. তলত দিয়া কোনটো বৰ্ত্তনীত বিদ্যুৎ প্রবাহৰ মান সৰ্বোচ্চ?

23. উত্তল দাপোণত সৎ লক্ষ্য বস্তুৰ অসৎ, থিয় আৰু সংকুচিত প্ৰতিবিম্ব

24. পোহৰ হৈছে শক্তিৰ এনে এটা ৰূপ যিহৰ বাবে

25. আহিত পৰিবাহী টুকুৰা এটাৰ ক’ত আধান জমা হয়?

26. 1000 ৱাটৰ হিটাৰ এটা 10 ঘণ্টা সময় চলালে প্ৰতি একক 4 টকা হিচাপে খৰছ কিমান হ’ব?

27. বৰ্ত্তনী এটাত প্রবাহ জুখিবলৈ এমমিটাৰৰ সংযোগ কিদৰে কৰা হয়?

28. তলত দিয়া ৰাশিবোৰৰ ভিতৰত কোনটো ৰাশি ভেক্টৰ নহয়

29. সুষম ত্বৰণযুক্ত বস্তু এটাৰ বেগ 5 ছেকেণ্ডত 2 মি./ছে. ৰ পৰা 12 মি./ছে. লৈ বৃদ্ধি পালে। বস্তুটোৰ ত্বৰণ কিমান

30. ওম কিহৰ একক?