Assamese Grammar Mock Test
1. তলৰ শুদ্ধ বানানটো বাছি উলিওৱা

2. উৎ+চাৰণ = উচ্চাৰণ -- এই সন্ধিটো তলৰ কোন প্রকাৰৰ

3. উষ্ম বৰ্ণ কোনটো ?

4. ব্যাঞ্জনবৰ্ণত স্বৰবৰ্ণ যোগ নহ’লে কি চিন ব্যৱহাৰ হয়

5. মানুহ বুজোৱা শব্দৰ অনাদৰত ব্যৱহৃত বহুবচনৰ প্রত্যয় হৈছে

6. তলৰ শুদ্ধ শব্দটো বাছি উলিওৱা

7. অনাদৰত ব্যৱহাৰ হোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয়টো হৈছে

8. পুংলিঙ্গ নোহোৱা শব্দ কোনটো?

9. অসমীয়া স্বৰূপভূতকালৰ দ্বিতীয় পুৰুষৰ তুচ্ছাৰ্থৰ ক্ৰিয়াবিভক্তি-

10. তলত ভূলকৈ অর্থ লিখা জতুৱা ঠাচটো বিচাৰি উলিওৱা

11. তলৰ সন্ধিৰ বিশ্লেষণৰ কোনটো শুদ্ধ ?

12. তলৰ কোনটো সন্ধি শুদ্ধ ?

13. তলৰ কোনটো প্ৰকৃতভাৱে নিৰ্দিষ্টতাবাচক প্ৰত্যয় ?

14. তলৰ কোনটো বিপৰীত লিঙ্গ শুদ্ধ নহয়?

15. তলৰ কোনটো শব্দ শুদ্ধ নহয়?

16. সম্বন্ধবাচক বিভক্তি তদ্ধিত প্ৰত্যয় বুলি কোৱা ব্যাকৰণবিদজন হ’ল

17. আইচু স্ত্ৰীলিঙ্গটোৰ পুংলিঙ্গ কি?

18. তলৰ কোনটো শব্দ শুদ্ধ লিখা

19. তলত দিয়া জতুৱা-ঠাচৰ কোনটো অৰ্থ অশুদ্ধ?

20. তলত দিয়া সন্ধিবোৰৰ শুদ্ধ কোনটো ?

21. তলৰ কোনটো ব্যঞ্জনধ্বনি পশ্চতালব্য ?

22. মানুহজন বৰ হাত দীঘল - এই বাক্যটোৰ অৰ্থ কি?

23. তলৰ কোনটো শব্দ অশুদ্ধ শব্দ। ছিঃ

24. কেতিয়াবা কেতিয়াবা প্ৰাণীবাচক শব্দৰ পাছত ব্যৱহৃত এটা নিৰ্দিষ্টতাবাচক প্রত্যয় হৈছে

25. 'তজ্জন্য' শব্দটোৰ শুদ্ধৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?

26. অসমীয়াত কৰণ-কাৰকত কি বিভক্তিৰ প্ৰয়োগ হোৱা বুলি কোৱা হয়?

27. সন্ধিৰ পিছত অৰ যোগ হয় তলত দিয়া ধৰণে নিপাতন হ’লে

28. আপুনিৰ লগত কি বিভক্তি লগ লাগে?

29. মই কাইলৈ গুৱাহাটীলৈ যাম--- গুৱাহাটীলৈ শব্দটোত তলৰ কোনটো শব্দ বিভক্তি শুদ্ধ?

30. ৰজা নোহোৱাকৈ ৰজাৰ ক্ষমতা চলোৱা লোকক কি বুলি কোৱা হয়